• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, January 31, 2026
20 °c
Guwahati
21 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লোন দিয়াৰ নামত বেংক মেনেজাৰে কৃষকৰ পৰা খালে ৩৯০০০ টকাৰ কুকুৰা

Nation NE by Nation NE
December 14, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
লোন দিয়াৰ নামত বেংক মেনেজাৰে কৃষকৰ পৰা খালে ৩৯০০০ টকাৰ কুকুৰা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কিমান লোভী আৰু নিকৃষ্ট হ’লে এজন খাটি খোৱা খেতিয়কৰ পৰা হাজাৰ-হাজাৰ টকা লুটিব পাৰে এজন বেংকৰ মেনেজাৰে। লোন দিয়াৰ নামত বেংকৰ এজন মেনেজাৰে এজন খেতিয়কৰ পৰা ১০ শতাংশ কমিচনৰ লগতে প্ৰায় ৩৯ হাজাৰ টকাৰ কুকুৰাৰ মাংস খোৱা বুলিও এটা আশ্বৰ্জজনক খবৰ পোহৰলৈ আহিছে।

এই ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মস্তুৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰজনে খেতিয়কজনক ১২ লাখ টকাৰ লোন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ১০ শতাংশ কমিচন বিচাৰে।

এছডিএমক দিয়া অভিযোগ অনুসৰি, খেতিয়কগৰাকীয়ে লোন লাভ কৰিবলগীয়া পৰিমাণৰ ১০ শতাংশ কমিচন আগতীয়াকৈ বেংক মেনজাৰজনক প্ৰদান কৰিছে। কেৱল এয়াই নহয় বিষয়াগৰাকীয়ে লোন দিয়াৰ নামত খেতিয়কগৰাকীৰ পৰা প্ৰায় ৩৯ হাজাৰ টকাৰ কুকুৰাও ভক্ষণ কৰে। ইমানৰ পিছতো বেংক বিষয়াজনে খেতিয়কজনক লোন প্ৰদান নকৰিলে।

প্ৰকাশ পোৱা খবৰ অনুসৰি মস্তুৰী এলেকাৰ সৰগাঁৱা নিবাসী কৃষক ৰূপচন্দ মনহৰে বেংক মেনেজাৰজনক তেওঁৰ লোনটো পাছ কৰিবলৈ কাতৰ অনুৰোধ জনাই আহিছিল। লোনটো পাছ কৰাবলৈ খেতিয়কজনে সামৰ্থ অনুসৰি সকলো কৰিছিল যদিও বেংক মেনেজাৰজন লোন দিবলৈ অমান্তি হোৱাত তেওঁ অসহায় হৈ পৰে।

ইতিমধ্যেই ১২ লাখ টকাৰ লোন ল’বলৈ কৃষক মনহৰে ১০ শতাংশৰ হিচাপত আগধনো প্ৰদান কৰিছিল। কিন্তু এই সকলোবোৰ কৰাৰ পিছতো তেওঁ ঠগ-প্ৰৱঞ্চনাৰ বলি হোৱাত বেংক বিষয়াজনৰ বিৰুদ্ধে প্ৰাশনৰ কাষ চাপে।

অসহায় হৈ পৰা কৃষকজনৰ অভিযোগৰ ভিত্তিত যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁ আত্মহত্যা কৰাৰো ধমক প্ৰদান কৰে।

জানিব পৰা অনুসৰি, কৃষকজনে নিজৰ কুকুৰাৰ ফাৰ্মখন ডাঙৰ কৰিবলৈ ভাৰতীয় ষ্টেট বেংকৰ পৰা লোন লোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ পৰিকল্পনাক সাকাৰ ৰূপ দিয়াৰ বাবে বেংক মেনেজাৰ সুমন কুমাৰ চৌধৰীক কাতৰ অনুৰোধ জনায়।

ইয়াৰ পিছতেই বেংক মেনেজাৰজনে কৃষক মনহৰক মৌখিকভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁক প্ৰতি শনিবাৰে এটাকৈ কুকুৰা দিবলৈ অনুৰোধ জনাই কৃষকজনক। ইয়াৰ উপৰি লোনৰ বাবে অতিৰিক্তভাৱে ১০ শতাংশ কমিচনৰো দাবী কৰে।

কৃষক মনহৰে দাবী কৰা অনুসৰি তেওঁৰ ফাৰ্মৰ পৰা কুকুৰা বিক্ৰী কৰি বেংক বিষয়াজনে আগধন হিচাপে বিচৰা ১০ শতাংশ ধন প্ৰদান কৰে। লোন প্ৰদানৰ নামত প্ৰতি শনিবাৰে বিচৰা কুকুৰাৰ নামত প্ৰায় ৩৯ হাজাৰ টকাৰ কুকুৰা খোৱা বুলিও দাবী কৰে। বেংক বিষয়াজনে ৩৮,৯০০ টকাৰ কুকুৰা খোৱাৰ ৰছিদ থকা বুলিও কৃষকজনে দাবী কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া এটা প্ৰশ্নৰ অৱতাৰণা হৈছে যে যদিহে কৃষকজনে উত্থাপন কৰা অভিযোগ আৰু দাবী সত্য হয় তেন্তে বেংক বিষয়াজনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Tags: Bank ManagerChhattisgarhFARMERLoan

Related Posts

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা
Top News

January 30, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026

শীৰ্ষ সংবাদ

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025