• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লোন দিয়াৰ নামত বেংক মেনেজাৰে কৃষকৰ পৰা খালে ৩৯০০০ টকাৰ কুকুৰা

Nation NE by Nation NE
December 14, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
লোন দিয়াৰ নামত বেংক মেনেজাৰে কৃষকৰ পৰা খালে ৩৯০০০ টকাৰ কুকুৰা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কিমান লোভী আৰু নিকৃষ্ট হ’লে এজন খাটি খোৱা খেতিয়কৰ পৰা হাজাৰ-হাজাৰ টকা লুটিব পাৰে এজন বেংকৰ মেনেজাৰে। লোন দিয়াৰ নামত বেংকৰ এজন মেনেজাৰে এজন খেতিয়কৰ পৰা ১০ শতাংশ কমিচনৰ লগতে প্ৰায় ৩৯ হাজাৰ টকাৰ কুকুৰাৰ মাংস খোৱা বুলিও এটা আশ্বৰ্জজনক খবৰ পোহৰলৈ আহিছে।

এই ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মস্তুৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰজনে খেতিয়কজনক ১২ লাখ টকাৰ লোন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ১০ শতাংশ কমিচন বিচাৰে।

এছডিএমক দিয়া অভিযোগ অনুসৰি, খেতিয়কগৰাকীয়ে লোন লাভ কৰিবলগীয়া পৰিমাণৰ ১০ শতাংশ কমিচন আগতীয়াকৈ বেংক মেনজাৰজনক প্ৰদান কৰিছে। কেৱল এয়াই নহয় বিষয়াগৰাকীয়ে লোন দিয়াৰ নামত খেতিয়কগৰাকীৰ পৰা প্ৰায় ৩৯ হাজাৰ টকাৰ কুকুৰাও ভক্ষণ কৰে। ইমানৰ পিছতো বেংক বিষয়াজনে খেতিয়কজনক লোন প্ৰদান নকৰিলে।

প্ৰকাশ পোৱা খবৰ অনুসৰি মস্তুৰী এলেকাৰ সৰগাঁৱা নিবাসী কৃষক ৰূপচন্দ মনহৰে বেংক মেনেজাৰজনক তেওঁৰ লোনটো পাছ কৰিবলৈ কাতৰ অনুৰোধ জনাই আহিছিল। লোনটো পাছ কৰাবলৈ খেতিয়কজনে সামৰ্থ অনুসৰি সকলো কৰিছিল যদিও বেংক মেনেজাৰজন লোন দিবলৈ অমান্তি হোৱাত তেওঁ অসহায় হৈ পৰে।

ইতিমধ্যেই ১২ লাখ টকাৰ লোন ল’বলৈ কৃষক মনহৰে ১০ শতাংশৰ হিচাপত আগধনো প্ৰদান কৰিছিল। কিন্তু এই সকলোবোৰ কৰাৰ পিছতো তেওঁ ঠগ-প্ৰৱঞ্চনাৰ বলি হোৱাত বেংক বিষয়াজনৰ বিৰুদ্ধে প্ৰাশনৰ কাষ চাপে।

অসহায় হৈ পৰা কৃষকজনৰ অভিযোগৰ ভিত্তিত যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁ আত্মহত্যা কৰাৰো ধমক প্ৰদান কৰে।

জানিব পৰা অনুসৰি, কৃষকজনে নিজৰ কুকুৰাৰ ফাৰ্মখন ডাঙৰ কৰিবলৈ ভাৰতীয় ষ্টেট বেংকৰ পৰা লোন লোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ পৰিকল্পনাক সাকাৰ ৰূপ দিয়াৰ বাবে বেংক মেনেজাৰ সুমন কুমাৰ চৌধৰীক কাতৰ অনুৰোধ জনায়।

ইয়াৰ পিছতেই বেংক মেনেজাৰজনে কৃষক মনহৰক মৌখিকভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁক প্ৰতি শনিবাৰে এটাকৈ কুকুৰা দিবলৈ অনুৰোধ জনাই কৃষকজনক। ইয়াৰ উপৰি লোনৰ বাবে অতিৰিক্তভাৱে ১০ শতাংশ কমিচনৰো দাবী কৰে।

কৃষক মনহৰে দাবী কৰা অনুসৰি তেওঁৰ ফাৰ্মৰ পৰা কুকুৰা বিক্ৰী কৰি বেংক বিষয়াজনে আগধন হিচাপে বিচৰা ১০ শতাংশ ধন প্ৰদান কৰে। লোন প্ৰদানৰ নামত প্ৰতি শনিবাৰে বিচৰা কুকুৰাৰ নামত প্ৰায় ৩৯ হাজাৰ টকাৰ কুকুৰা খোৱা বুলিও দাবী কৰে। বেংক বিষয়াজনে ৩৮,৯০০ টকাৰ কুকুৰা খোৱাৰ ৰছিদ থকা বুলিও কৃষকজনে দাবী কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া এটা প্ৰশ্নৰ অৱতাৰণা হৈছে যে যদিহে কৃষকজনে উত্থাপন কৰা অভিযোগ আৰু দাবী সত্য হয় তেন্তে বেংক বিষয়াজনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Tags: Bank ManagerChhattisgarhFARMERLoan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025