• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

Nation NE by Nation NE
September 6, 2025
in Top News, BIG BREAKING, ক্ৰীড়া
0 0
ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অহা ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ নিৰ্বাচন। সেই দিনটোতেই সভাপতি, উপ-সভাপতি, সচিব, কোষাধ্যক্ষৰ লগতে যুটীয়া সচিব পদত নতুনকৈ নিযুক্তি দিয়া হ’ব।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি, ৯৪ সংখ্যক বাৰ্ষিক সভা সন্দৰ্ভত সকলো ৰাজ্যিক ক্ৰিকেট সন্থালৈ বাৰ্তা প্ৰেৰণ কৰিছে বিচিচিআইৰ বৰ্তমানৰ সচিব দেৱজিৎ শইকীয়াই। এই বৈঠক মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, ব’ৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নীৰ বয়স ৭০ বছৰ হোৱা বাবে তেওঁ সভাপতি পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছে। তেওঁ সভাপতি পদ ত্যাগ কৰা বাবেই অনুষ্ঠিত হ’ব এই নিৰ্বাচন।

দেৱজিৎ শইকীয়াই সকলো ৰাজ্যিক ক্ৰিকেট সন্থালৈ বাৰ্তা প্ৰেৰণ কৰি নিজৰ বিবৃতিত লিখিছে, ‘সকলোকে জাননী জাৰি কৰা হৈছে যে ২৮ ছেপ্টেম্বৰত মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব ৯৪ সংখ্যক বাৰ্ষিক বৈঠক। এই সভাত সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।’

স্মৰ্তব্য যে, বিচিচিআইৰ এই বাৰ্ষিক বৈঠকৰ দিনটোতেই অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল। বৰ্তমান খালী হৈ থকা বিচিচিআইৰ সভাপতি পদ সন্দৰ্ভতো এই বৈঠকত সিদ্ধান্ত লোৱা হ’ব।

আনহাতে, আই পি এলৰ অধ্যক্ষ অৰুণ সিং ধুমলৰ ৬ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হৈছে, যাৰ বাবে তেওঁ ৩ বছৰৰ বাধ্যতামূলক কুল অফ পিৰিয়ডত যাব। সচিব পদত দেৱজিত শইকীয়া বাহাল থকাটো প্ৰায় নিশ্চিত।

প্ৰভতেজ ভাটিয়া আৰু ৰোহন দেশাইও নিজ নিজ পদত থকাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি অৰুণ ধূমলৰ ঠাইত অনিৰুদ্ধ চৌধুৰীক আই পি এলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব পাৰে।

নিৰ্বাচনত কোন কোন পদত হ’ব নিযুক্তি

৯৪ সংখ্যক বাৰ্ষিক সভাত সভাপতি, উপ-সভাপতি, সচিব, যুটীয়া সচিব আৰু কোষাধ্যক্ষ পদত নিযুক্তি হোৱাৰ সম্ভাৱনা আছে।

Tags: #BCCIElectionMumbaiRoger Binny

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025