• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কথা দি কথা ৰাখিলে বিধায়ক ভৱেশ কলিতাই; ধৰ্মেন্দ্ৰ নাথৰ দুৰ্ভগীয়া পৰিয়ালক আগবঢ়ালে আৰ্থিক সাহায্য

Nation NE by Nation NE
April 10, 2025
in Top News, অসম
0 0
কথা দি কথা ৰাখিলে বিধায়ক ভৱেশ কলিতাই; ধৰ্মেন্দ্ৰ নাথৰ দুৰ্ভগীয়া পৰিয়ালক আগবঢ়ালে আৰ্থিক সাহায্য
Share on FacebookShare on TwitterWhatsApp

বিগত বছৰৰ ডিচেম্বৰত একাংশ দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰা ৰঙিয়াৰ দক্ষিণ বৰদল গাঁৱৰ ২১ বছৰীয়া ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে অসম বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।

আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অনুসৰি আজি ভৱেশ কলিতাই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ ২ লাখ ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। বিধায়ক কলিতাই প্ৰয়াত ধৰ্মেন্দ্ৰ নাথৰ মাতৃৰ হাতত প্ৰদান কৰে চেকখন।

উল্লেখ্য যে, বিগত বছৰৰ ২৫ ডিচেম্বৰ তাৰিখে ধৰ্মেন্দ্ৰই হিমাংশু নামৰ এজন যুৱকৰ গাড়ীত খুন্দিয়াইছিল। এই সৰু কথাতে ২১ বছৰীয়া ধৰ্মেন্দ্ৰৰ ওপৰত জঁপিয়াই পৰিছিল বিজেপি নেতাসহ প্ৰায় ১১-১২ জনীয়া এটা যুৱকৰ দল।

অভিযোগ অনুসৰি এই যুৱককেইজনে মাৰপিট কৰি ধৰ্মেন্দ্ৰ নাথক পানীত দলিয়াই দিছিল। এই মাৰপিটৰ ঘটনাৰ পাছতেই নিৰুদ্দেশ হৈ আছিল ধৰ্মেন্দ্ৰ আৰু পৰৱৰ্তী সময়ত পুখুৰীত উদ্ধাৰ হয় ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ।

এই অবাঞ্চিত ঘটনাটোৰ ফলত হঠাতে পৰিয়ালটোৰ জীৱনলৈ এক অভাৱনীয় দুৰ্যোগ নামি আহিছিল। এই নৃশংস ঘটনাক লৈ ৰঙিয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা তীব্ৰ প্ৰতিবাদৰ পিছত মৃতকৰ পৰিয়ালৰ কাষত থিয় দিছিল ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা।

ইয়াৰ উপৰি মৃত ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহলৈ আহিছিল খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও। সেই সময়ত মুঠ ১০ লাখ টকা পৰিয়ালটোক দিম বুলি সদৰি কৰিছিল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই। ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ধৰ্মেন্দ্ৰ নাথৰ পৰিয়াললৈ ৫ লাখ টকাৰ চেক আগবঢ়োৱা হৈছে।

আজি সেই পৰিয়ালটোক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মাতৃৰ হাতত বিধায়ক ভৱেশ কলিতাই পুনৰ ২ লাখ ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে।

Tags: Bhabesh KalitaFinancial AidRangia

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 12, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

শীৰ্ষ সংবাদ

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025