• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছত খহনীয়া; ৩০০ৰো অধিক নেতা-কৰ্মীৰ দল ত্যাগ

Nation NE by Nation NE
April 13, 2025
in Top News, BIG BREAKING, অসম
0 0
আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছত খহনীয়া; ৩০০ৰো অধিক নেতা-কৰ্মীৰ দল ত্যাগ
Share on FacebookShare on TwitterWhatsApp

পঞ্চায়ত নিৰ্বাচনক লৈ উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি। মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। শাসকীয় বিজেপিৰ আগ্ৰাসী ৰূপৰ বিপৰীতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে জুৰুলা কৰা ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছত এইবাৰ তীব্ৰ খহনীয়া হোৱা পৰিলক্ষিত হৈছে।

বিভিন্ন প্ৰান্তত টিকট প্ৰদানক কেন্দ্ৰ কৰি হোৱা খেলিমেলিৰ পাছত এইবাৰ বঙাইগাঁৱত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ খবৰ আহিছে।

জানিব পৰা অনুসৰি, বঙাইগাঁও জিলাৰ ধনতোলাত  ৩০০ৰো অধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অসম গণ পৰিষদ চমুকৈ অগপ দলত যোগদান কৰিছে। শনিবাৰে নিশা অনুষ্ঠিত হোৱা অগপৰ যোগদান সভাত এইসকল নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আঞ্চলিক দলটোত যোগ দিয়ে।

অগপ দলৰ কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত প্ৰায় তিনিশ কংগ্ৰেছী নেতাৰ লগতে ভালেকেইগৰাকী এ আই ইউ ডি এফ কৰ্মীয়েও অগপত যোগদান কৰে।

যোগদান কাৰ্যসূচীৰ পিছতে অগপৰ জ্যেষ্ঠ নেতা ভূপেন ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ যোগদান কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট হয় যে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা হ্ৰাস পাইছে আৰু আগন্তুক নিৰ্বাচনত অগপই ভাল ফলাফল লাভ কৰিব।

উল্লেখ্য যে, মে’ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ২ মে’ত উজনি অসমৰ লগতে বৰাক উপত্যকাৰ ১৪ খন জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আনহাতে ৭ মে’ত নামনি অসমৰ ১৩ খন জিলাত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল।

Tags: #CongressAGPBongaigaonPanchayat Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025