• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছত খহনীয়া; ৩০০ৰো অধিক নেতা-কৰ্মীৰ দল ত্যাগ

Nation NE by Nation NE
April 13, 2025
in Top News, BIG BREAKING, অসম
0 0
আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছত খহনীয়া; ৩০০ৰো অধিক নেতা-কৰ্মীৰ দল ত্যাগ
Share on FacebookShare on TwitterWhatsApp

পঞ্চায়ত নিৰ্বাচনক লৈ উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি। মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। শাসকীয় বিজেপিৰ আগ্ৰাসী ৰূপৰ বিপৰীতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে জুৰুলা কৰা ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছত এইবাৰ তীব্ৰ খহনীয়া হোৱা পৰিলক্ষিত হৈছে।

বিভিন্ন প্ৰান্তত টিকট প্ৰদানক কেন্দ্ৰ কৰি হোৱা খেলিমেলিৰ পাছত এইবাৰ বঙাইগাঁৱত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ খবৰ আহিছে।

জানিব পৰা অনুসৰি, বঙাইগাঁও জিলাৰ ধনতোলাত  ৩০০ৰো অধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অসম গণ পৰিষদ চমুকৈ অগপ দলত যোগদান কৰিছে। শনিবাৰে নিশা অনুষ্ঠিত হোৱা অগপৰ যোগদান সভাত এইসকল নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আঞ্চলিক দলটোত যোগ দিয়ে।

অগপ দলৰ কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত প্ৰায় তিনিশ কংগ্ৰেছী নেতাৰ লগতে ভালেকেইগৰাকী এ আই ইউ ডি এফ কৰ্মীয়েও অগপত যোগদান কৰে।

যোগদান কাৰ্যসূচীৰ পিছতে অগপৰ জ্যেষ্ঠ নেতা ভূপেন ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ যোগদান কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট হয় যে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা হ্ৰাস পাইছে আৰু আগন্তুক নিৰ্বাচনত অগপই ভাল ফলাফল লাভ কৰিব।

উল্লেখ্য যে, মে’ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ২ মে’ত উজনি অসমৰ লগতে বৰাক উপত্যকাৰ ১৪ খন জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আনহাতে ৭ মে’ত নামনি অসমৰ ১৩ খন জিলাত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল।

Tags: #CongressAGPBongaigaonPanchayat Election

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025