• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩৮ জনৰ পিতৃ মুন্না কুমাৰ! কেনেকৈ ১৩৮জনৰ পিতৃ হ’ল মুন্না?

Nation NE by Nation NE
December 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
১৩৮ জনৰ পিতৃ মুন্না কুমাৰ! কেনেকৈ ১৩৮জনৰ পিতৃ হ’ল মুন্না?
Share on FacebookShare on TwitterWhatsApp

ভিন্ন ভিন্ন ঘটনাৰ কাৰণে বিহাৰ প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। বিহাৰত এনে বহু কাম কৰা হয় যিয়ে ৰাজ্যখনলৈ প্ৰশংসা কঢ়িয়াই আনে, আনহাতে এনে বহু কাম কৰা হয়, যিয়ে ৰাজ্যখনৰ বাবে বদনাম কঢ়িয়াই আনে।

শেহতীয়াকৈ বিহাৰৰ পৰা এনে এটা খবৰ আহিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত অৱস্থিত তিৰহুৰ স্নাতকত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াত ভোটাৰ তালিকাত এক ডাঙৰ অমিল দেখিবলৈ পোৱা গৈছে। আচলতে কথাটো হ’ল, ভোটাৰ তালিকাত শ শ ভোটাৰৰ পিতৃৰ নাম একেটায়ে আহিছে। আনকি মুছলমান ভোটাৰৰ পিতৃৰ নামো একেই।

খবৰ অনুসৰি, ভোটাৰ তালিকাত থকা ১৩৮ জন ভোটাৰৰ পিতৃৰ নাম হৈছে মুন্না কুমাৰ।

এই বিষয়টো ঔৰাই ব্লকৰ ৫৪ নম্বৰ বুথৰ সৈতে জড়িত। ইয়াত ৭২৪ জন ভোটাৰ আছে। ইয়াৰে ১৩৮ জন লোকৰ পিতৃৰ নাম মুন্না কুমাৰ। তিৰহুত স্নাতক সমষ্টিৰ এনেধৰণৰ গাফিলতিত স্তম্ভিত হৈ পৰিছে ৰাইজ। আনকি বিষয়াসকলো এই অসাৱধানতাত আচৰিত হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিহাৰৰ বহু ঠাইত দেখা গৈছিল যে, ভোটাৰ তালিকাত মহিলাক পুৰুষলৈ সলনি কৰা হৈছে। বহু সময়ত ছোৱালীজনীৰ ফটোৰ ঠাইত ল’ৰাৰ ফটো পেষ্ট কৰা হয়।

পিছে বিহাৰৰ এই গোচৰটো বেলেগ। ঔৰৈ ব্লক অফিচে প্ৰকাশ কৰা এই তালিকাত শ শ ভোটাৰৰ পিতৃ মুন্না কুমাৰৰ নাম লিপিবদ্ধ কৰা হৈছে। ইয়াত মুঠ ৭২৪ জন ভোটাৰ আছে। ইয়াৰে ১৩৮ জন লোকৰ পিতৃৰ নাম মুন্না কুমাৰ। এই ভুলৰ বাবে সকলো ভোটাৰ স্তম্ভিত আৰু বিচলিত। প্ৰশাসনৰ এনে গাফিলতিত তীব্ৰ গঢ়িহণা দিছে স্থানীয় ৰাইজে।

অঞ্চলটোৰ ভোটাৰসকলে সন্দেহ কৰিছে যে, হয়তো তেওঁলোকক ভোট দিবলৈ দিয়া নহ’বও পাৰে। খবৰ অনুসৰি, যিসকল ভোটাৰৰ পিতৃৰ প্ৰথম আখৰ ‘ম’, তেওঁলোকৰ নাম ইউনিক’ড ফণ্টৰ ভুলৰ বাবে মুন্না কুমাৰ বুলি পঞ্জীয়ন কৰা হৈছে। খবৰ অনুসৰি, ইয়াক কম্পিউটাৰৰ ভুল বুলি কোৱা হৈছে।

তিৰহুত সংমণ্ডলৰ আয়ুক্ত সৰৱনন এম এয়া কাৰিকৰী ভূল বুলি কৈছে। নিৰ্বাচনৰ পিছত চূড়ান্ত কৰা হ’ব এই কাম। ভুলৰ বাবে কোনো ভোটাৰক ভোটদানৰ পৰা বাধা দিয়া নহ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

Tags: BiharElectionVoter

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025