• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 22, 2025
32 °c
Guwahati
31 ° Thu
32 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘আৰক্ষীয়ে নিজেই সুৰা বিক্ৰী কৰি আছে’- বিহাৰত সুৰা নিষেধাজ্ঞাৰ ফলত হোৱা লোকচানৰ কথা ক’লে বিজেপি নেতাই

      Nation NE by Nation NE
      March 24, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ‘আৰক্ষীয়ে নিজেই সুৰা বিক্ৰী কৰি আছে’- বিহাৰত সুৰা নিষেধাজ্ঞাৰ ফলত হোৱা লোকচানৰ কথা ক’লে বিজেপি নেতাই
      Share on FacebookShare on TwitterWhatsApp

      বিহাৰত সুৰা নিষেধাজ্ঞা সন্দৰ্ভত এক ডাঙৰ বিবৃতি দিছে বিহাৰৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে। নীতিশ চৰকাৰৰ ব্যৱস্থাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে।

      আৰ কে সিং ভাৰত চৰকাৰৰ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকা তেখেতে ২০১৪ চনৰ মে’ৰ পৰা ২০২৪ চনৰ ৪ জুনলৈকে বিহাৰৰ আৰহৰ পৰা ভাৰতীয় সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

      লগতে সুৰা নিষেধাজ্ঞাৰ পিছতো ৰাজ্যত কেনেকৈ অবৈধ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় চলি আছে সেই বিষয়েও আলোচনা কৰে। বিহাৰ আৰক্ষীয়ে সুৰা বিক্ৰীৰ অনুমতি দিয়াৰ প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই।

      প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে কয় যে, বৰ্তমান বিহাৰত আৰক্ষীয়ে নিজেই সুৰা বিক্ৰী কৰি আছে। নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ বাবে বিহাৰৰ এচাম যুৱক-যুৱতীৰ জীৱন বিনষ্ট হৈ পৰিছে। ইয়াৰ লগতে তেওঁ কয় যে সুৰা নিষেধাজ্ঞা আইন আঁতৰাব লাগে।

      প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে আৰক্ষীৰ ওপৰত ডাঙৰ অভিযোগ উত্থাপন কৰে যে, ষ্টেচন মুৰব্বীকে ধৰি আৰক্ষী জোৱানসকলেও নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী কৰি আছে। সুৰা নিষেধাজ্ঞাৰ পিছত বিহাৰৰ যুৱক-যুৱতীসকলে গাঞ্জা আৰু আফিং সেৱন কৰিবলৈ আৰম্ভ কৰিছে, কেৱল এয়াই নহয়, তেওঁলোকে সুৰাৰ সৰবৰাহ আৰম্ভ কৰিছে আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীয়ে সুৰা বিক্ৰী কৰি দিছে।

      Tags: BiharFORMER MINISTERR K SINGH

      Related Posts

      শিক্ষাৰ্থীৰে ভৰা বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; চালকসহ ৩জন ছাত্ৰৰ মৃত্যু
      Top News

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      July 22, 2025
      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

      অৱতৰণৰ সময়তে এয়াৰ ইণ্ডিয়াৰ বিমানত জুই; দিল্লী বিমান বন্দৰত চাঞ্চল্য

      প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শকে

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist