• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

Nation NE by Nation NE
June 3, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে
Share on FacebookShare on TwitterWhatsApp

অহা ১৯ জুনত অনুষ্ঠিত হ’বলীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন আৰু চলিত বছৰৰ শেষৰফালে হ’বলগীয়া বিটিআৰ নিৰ্বাচনক লৈ আজি বশিষ্ঠস্থিত বাজপেয়ী ভৱনত দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে ৰাজ্যসভাৰ এখন আসন অগপক এৰি দিয়া হৈছে।

তেওঁ লগতে কয়, ‘দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ১২ খন আবেদন লাভ কৰিছিল। ১২ জন ব্যক্তিৰ নামেই নিৰ্বাচন সমিতিয়ে ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব। আৰু ইয়াৰ পৰাই এজনক নিৰ্বাচিত কৰিব কেন্দ্ৰীয় নেতৃত্বই।’

আবেদনকাৰী সকল হৈছে কুইন ওজা, ৰাজদ্বীপ ৰয়, মিছন ৰঞ্জন দাস, ৰাজেন গোঁহাই, সুনীতা চাংকাকতি, প্ৰদীপ ঠাকুৰীয়া, সঞ্জীৱ গোস্বামী, দয়ানন্দ বৰগোঁহাই, বিজয় কুমাৰ গুপ্তা, মৃদুলা বৰকাকতী, ভাস্কাৰ দাহাল, কণাদ পুৰকায়স্থ আৰু বিশ্বৰূপ ভট্টাচাৰ্য।

ইফালে আনখন বৈঠকত বিটিআৰ নিৰ্বাচনৰ ক্ষেত্ৰত ৫ খন জিলাৰ পৰা অহা বিজেপিৰ সমীক্ষাৰ প্ৰতিবেদন বিবেচনা কৰা হ’ল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিটিআৰত বিজেপিয়ে ৩০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সক্ষমতা আছে। তথাপি ৩০ খনত প্ৰতিদ্বন্দ্বিতা কৰা হ’ব নে ২৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ পুনৰ বিবেচনা কৰা হ’ব।’

‘কোনো বড়ো ৰাজনৈতিক দলৰ সৈতে বিজেপিয়ে সংঘাতৰ ৰাজনীতি সৃষ্টি নকৰে। শান্তি, সম্প্ৰীতি, সমন্বয়ৰ মাজেৰে বিজেপি আগবাঢ়িব’, এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ইনপুট : ধ্ৰুৱজ্যোতি মেধি

Tags: AGPBJPHimanta Biswa SarmaRajya Sabha

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025