• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিবাহৰ ৮ মাহৰ অন্তত: স্বামী সম্পৰ্কে কি ক’লে সোণাক্ষী সিন্হাই?

Nation NE by Nation NE
February 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিবাহৰ ৮ মাহৰ অন্তত: স্বামী সম্পৰ্কে কি ক’লে সোণাক্ষী সিন্হাই?
Share on FacebookShare on TwitterWhatsApp

বহুমুখী অভিনয় আৰু ব্যক্তিত্বৰ বাবে পৰিচিত বলীউডৰ শীৰ্ষ অভিনেত্ৰী সকলৰ ভিতৰত সোণাক্ষী সিনহাও অন্যতম। দাবাংগ, ৰাউডী ৰাথোৰ, ছন অৱ চৰ্দাৰ আদি হিট ছবিত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

সোণাক্ষী সিনহাই ২০২৪ চনৰ ২৩ জুনত অভিনেতা জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অনুৰাগীৰ মাজত ই অতিকৈ চৰ্চাৰ বিষয় হৈ পৰে। কিন্তু শেহতীয়াভাৱে দিয়া এক সাক্ষাৎকাৰত সোনাক্ষী সিনহাই জহীৰ ইকবালৰ সৈতে থকা সম্পৰ্কত ধৰ্মৰ বিষয় উত্থাপন কৰে।

সোণাক্ষী সিনহাই কয় যে, তেওঁলোকে কোনো ধৰ্মৰ কথা চিন্তা কৰা নাছিল। তেওঁলোকে ইজনে সিজনক ভাল পায় বিবাহপাশত আৱদ্ধ হৈছে। সোণাক্ষীয়ে কয় তেওঁৰ স্বামীয়ে তেওঁৰ ওপৰত নিজৰ ধৰ্ম জাপি দিয়া নাই। মই তেওঁৰ ওপৰত মোৰ ধৰ্ম জাপি দিয়া নাই। তেওঁলোকে কেতিয়াও ধৰ্মৰ কথা কোৱা নাই।

তেওঁলোকৰ বিবাহ হোৱাৰ আটাইতকৈ উত্তম উপায় আছিল বিশেষ বিবাহ আইন, যাৰ অধীনত তেওঁ এগৰাকী হিন্দু মহিলা হিচাপে তেওঁ ধৰ্ম সলনি কৰাৰ প্ৰয়োজন নাই, আৰু তেওঁ এগৰাকী মুছলমান পুৰুষ হিচাপে জহীৰো মুছলমান হৈয়ে থাকিব।

সোণাক্ষী সিনহাই প্ৰকাশ কৰে যে, প্ৰথমে মাতৃ পুনম সিনহাৰ সৈতে জহীৰৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কথা পাতে আৰু তাৰ পিছত পিতৃ শত্ৰুঘ্ন সিনহাৰ সৈতে আলোচনা কৰে।

ইয়াৰ পিছত পিতৃ-মাতৃৰ সম্পূৰ্ণ সন্মতিক্ৰমে তেওঁলোক দুয়োৱে বিবাহপাশত আৱদ্ধ হয়।

Tags: #BollywoodActressReligion

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025