• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক্সত বিতৰ্কিত মন্তব্য কৰি বিপদত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী

Nation NE by Nation NE
February 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এক্সত বিতৰ্কিত মন্তব্য কৰি বিপদত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী
Share on FacebookShare on TwitterWhatsApp

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী স্বৰা ভাস্কৰ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়।  চিনেমাৰ উপৰি ৰাজনৈতিক বিষয়ৰ সন্দৰ্ভতো সঘনাই পোষ্ট দিয়া দেখা যায় স্বৰাক। অৱশ্যে এইবাৰ ৰাজনৈতিক বিষয়ত পোষ্ট কৰাৰ বাবেই বন্ধ কৰা হ’ল অভিনেত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট।

৭৬ সংখ্যক গণৰাজ্য দিৱসত জাতিৰ পিতাৰ বিৰুদ্ধে  পোষ্ট কৰে স্বৰাই। সেই পোষ্টক কেন্দ্ৰ কৰিয়েই তেওঁৰ টুইটাৰ একাউণ্ট স্থায়ীভাবে বন্ধ কৰি দিয়া হ’ল বুলি জানিবলৈ দিছে টুইটাৰে। স্বৰাই নিজেই এক দীঘলীয়া পোষ্টযোগে নিজৰ ইনষ্টাগ্ৰামত এই কথা ঘোষণা কৰিছে।

স্বৰাই গণৰাজ্য দিৱসত দুটাকৈ পোষ্ট কৰিছিল। সেই দুটাৰ বিৰুদ্ধে টুইটাৰে কপিৰাইটৰ অভিযোগ দাখিল কৰিছে। তাৰ পিছত তেওঁৰ টুইটাৰ হেণ্ডেল বন্ধ কৰি দিয়া হৈছে।

ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্টত ক্ষোভ প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে লিখে যে, তেওঁ পোষ্ট কৰা দুখন ফটোতেই কপিৰাইট উলংঘাৰ অভিযোগ উত্থাপন হৈছে এক্সে। যাৰ বাবে তেওঁৰ একাউণ্টটো স্থায়ীভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে টুইটাৰে।

পোষ্ট কৰা এখন ছবিত তেওঁ ‘গান্ধী হুম শৰ্মিন্দ হায়, তেৰে কাটিল জিন্দা হায়’বুলি লিখে। তেওঁৰ মতে এইয়া এক অতি পৰিচিত শ্লোগান। ইয়াত কপিৰাইট উলংঘাৰ কোনো প্ৰশ্নই নুঠে।  দ্বিতীয়খন ছবি আছিল অভিনেত্ৰীগৰাকীৰ কন্যাৰ। স্বৰাই লিখিছে যে, তাত তেওঁ হাতত এখত ভাৰতীয় জাতীয় পতাকা লৈ নিজৰ জীয়ৰীৰ ফটো দি মুখখন ইমোজিৰে আৱৰি দিয়া বুলি উল্লেখ কৰে। যত কেপশ্যনত লিখা আছিল ‘গণৰাজ্য দিৱসৰ শুভেচ্ছা ভাৰত’।

গতিকে এয়া কেনেকৈ কপিৰাইট উলংঘা হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে তেওঁ কয় যে, এই দুয়োটা অভিযোগেই হাস্যকৰ। ইয়াত কোনো যুক্তি নাই। যদিহে এই অভিযোগ কোনো ব্যক্তিৰ পৰা অহা ‘ৰিপ’ৰ্ট’ৰ জৰিয়তে কৰা হৈছে, তেন্তে বুজা উচিত যে তেওঁলোকে হাৰাশাস্তি কৰাৰ উদ্দেশ্যেৰে ৰিপ’ৰ্ট কৰিছে।

Tags: #BollywoodActresstwitter

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025