• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 11, 2026
26 °c
Guwahati
22 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE by Nation NE
March 11, 2026
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী আডা শৰ্মাই তেওঁৰ কেৰিয়াৰত প্ৰভাৱ পেলোৱা এক কৰুণ অভিজ্ঞতা প্ৰকাশ কৰিছে। তেওঁৰ ছবি “দ্য কেৰেলা ষ্ট’ৰী”ৰ সফলতাৰ পিছত আডাই নিজৰ নতুন পৰিচয় প্ৰতিষ্ঠা কৰিছে যদিও বিগত এমাহ ধৰি তেওঁ কোনো নতুন প্ৰজেক্টত কাম কৰিব পৰা নাই। তেওঁ কয় যে, এগৰাকী প্ৰযোজকে মূহুৰ্তে মূহুৰ্তে তেওঁৰ সূচী সলনি কৰাটোৱে তেওঁৰ জীৱনত সম্পূৰ্ণৰূপে প্ৰভাৱ পেলাইছে।

আডাই ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ত বুজাই দিয়ে যে তেওঁ একেলগে ৩খন ছবিত কাম কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল। কিন্তু প্ৰথম প্ৰযোজকে অহৰহ শ্বুটিঙৰ তাৰিখ সলনি কৰি থাকে, যাৰ ফলত আন প্ৰজেক্টবোৰৰ সময়সূচীত ব্যাঘাত জন্মে। আডাৰ মতে, যেতিয়া দ্বিতীয়খন ছবিৰ প্ৰযোজকে নতুন তাৰিখসমূহ সালসলনি কৰিলে, তেতিয়া প্ৰথম প্ৰযোজকে পুনৰ নিজৰ চৰ্ত সলনি কৰি কয় যে তেওঁ এইয়া মানি নলয়। ফলস্বৰূপে বিগত এমাহ ধৰি আডা কৰ্মহীন হৈ আছে।

সামাজিক মাধ্যমত আডা শৰ্মাই কয় যে, প্ৰযোজকৰ ভুলৰ বাবে তেওঁৰ জীৱন ধ্বংস হৈ গৈছে। বৰ্তমান তেওঁ এমাহ ধৰি কৰ্মহীন আছে। যাৰ বাবে তেওঁ মানসিকভাৱে আৰু আৰ্থিকভাৱে যথেষ্ট প্ৰভাৱিত হৈছে। দ্য কেৰেলা ষ্ট’ৰী ২ সন্দৰ্ভত আডাই স্পষ্ট কৰি দিয়ে যে, ছবিখনৰ নিৰ্মাতাই তেওঁক এই প্ৰজেক্টটো আগবঢ়াইছে নে নাই সেয়া কেৱল অভিনেতা আৰু প্ৰযোজকৰ মাজৰহে বিষয়। লগতে কয় যে, তেওঁ কেৱল নিজৰ কামৰ বাবেই আলোচনা হোৱাটো পছন্দ কৰে আৰু কোনো অজ্ঞাত বিষয়ৰ বাবেও লাইমলাইটত থাকিব নিবিচাৰে।

কৰ্মক্ষেত্ৰত তেওঁৰ অনুৰাগীসকলে আডাৰ নতুন প্ৰজেক্টৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আডা শৰ্মাই কয় যে, উদ্যোগটোৰ সকলো লোক বেয়া নহয়, কিছুমান ভাল মানুহো আছে। কিন্তু এনে কিছু অভিজ্ঞতাই যুৱ অভিনেতাসকলৰ কেৰিয়াৰ আৰু মানসিক অৱস্থাত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

Tags: entertainMovie

Related Posts

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025