• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

Nation NE by Nation NE
December 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?
Share on FacebookShare on TwitterWhatsApp

ব্ৰিটেইনৰ এক নতুন প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে বৰ্তমানৰ আইন অনুসৰি প্ৰায় ৯০ লাখ লোক বা দেশখনৰ ১৩ শতাংশ লোকে ব্ৰিটিছ নাগৰিকত্ব হেৰুওৱাৰ সম্ভাৱনা আছে। ৰানিমেড ট্ৰাষ্ট আৰু ৰিপ্ৰিভ নামৰ দুটা সংস্থাই এই প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি, এই আইনসমূহে বিশেষভাৱে মুছলমান সম্প্ৰদায়, দক্ষিণ এছিয়ান, মধ্যপ্ৰাচ্য, আৰু আফ্ৰিকাক প্ৰভাৱিত কৰে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ব্ৰিটিছ গৃহ সচিব শ্বাবানা মাহমুদে কোনো ব্যক্তিৰ নাগৰিকত্ব বাতিল কৰাৰ ক্ষমতা আছে যদিহে তেওঁ বিশ্বাস কৰে যে ব্যক্তিজনে আন দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে, যদিও তেওঁলোকৰ সেই দেশৰ সৈতে কোনো ব্যক্তিগত সম্পৰ্ক নাথাকে। এই ক্ষমতা জাতীয় সুৰক্ষা বা জনস্বাৰ্থৰ নামত ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনত ইয়াক “অতিৰিক্ত আৰু গোপন” ক্ষমতা বুলি অভিহিত কৰা হৈছে, যিয়ে মুছলমান সম্প্ৰদায়ৰ বাবে এক উল্লেখযোগ্য ভাবুকিৰ সৃষ্টি কৰিছে।

ইয়াৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত ভাৰত (৯৮.৪ নিযুত লোক), পাকিস্তান (৬৭.৯ নিযুত লোক), আৰু বাংলাদেশ। ছোমালিয়া, নাইজেৰিয়া, উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্যৰ সৈতে সম্পৰ্ক থকা ব্ৰিটিছ নাগৰিকসকলো বিপদত পৰিছে।

যদি মুছলমানক ব্ৰিটেইনৰ পৰা বহিষ্কাৰ কৰা হয় তেন্তে ভাৰত, পাকিস্তান, বাংলাদেশৰ দৰে দেশত আশ্ৰয় ল’ব। প্ৰতিবেদনত উইণ্ড্ৰাছ কেলেংকাৰীৰ কথা মনত পেলোৱা হৈছে, য’ত কেৰিবিয়ান মূলৰ ব্ৰিটিছ নাগৰিকৰ নাগৰিকত্ব কাঢ়ি লৈ ​​বিতাড়িত কৰা হৈছিল।

বহু সংগঠনে কয় যে, এই আইনসমূহে নাগৰিকত্বৰ দুটা স্তৰ সৃষ্টি কৰে- এটা ব্ৰিটিছ লোকৰ বাবে স্থায়ী আৰু আনটো মুছলমান আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বাবে চৰ্তসাপেক্ষ।২০২২ চনত এখন আইন প্ৰণয়ন কৰা হয়, য’ত বিনা জাননীত নাগৰিকত্ব বাতিল কৰিব পৰা যায়।

২০২৫ চনত নতুন আইন প্ৰৱৰ্তন কৰা হয় যে, আদালতে নাগৰিকত্ব বাতিল কৰাটো ভুল বুলি বিবেচনা কৰিলেও আবেদন সম্পূৰ্ণ নোহোৱালৈকে নাগৰিকত্ব পুনৰ ঘূৰাই দিয়া নহ’ব। ইয়াৰ বাবে বছৰ বছৰ লাগিব পাৰে।

২০১০ চনৰ পৰা ২০০ৰো অধিক লোকৰ নাগৰিকত্ব বাতিল কৰা হৈছিল। এই সময়ত  ছামিমা বেগমৰো বাতিল কৰা হৈছিল, আকৌ বাংলাদেশেও তেওঁক নাগৰিকত্ব দিবলৈ অস্বীকাৰ কৰিছিল।

এই প্ৰতিবেদন সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ব্ৰিটেইনৰ গৃহ বিভাগে। বিশেষজ্ঞসকলে কয় যে এই আইনসমূহে মুছলমান সমাজৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱৰ সৃষ্টি কৰিছে।

Tags: BritainmuslimPakistan

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025