• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে বুধবাৰে ভাৰতত উপস্থিত হ’ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

Nation NE by Nation NE
October 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে বুধবাৰে ভাৰতত উপস্থিত হ’ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰ। ভাৰত ভ্ৰমণত বাণিজ্য, বিনিয়োগ, আৰু প্ৰযুক্তি সহযোগিতাকে ধৰি ব্যাপক দ্বিপাক্ষিক অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত এই দুদিনীয়া ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ সমান্তৰালকৈ জুলাই মাহত চুক্তিবদ্ধ হোৱা ১০ বছৰীয়া ৰোডমেপ ‘ভিজন ২০৩৫’ৰ ওপৰতো চৰ্চা কৰিব।

ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ১০০ৰো অধিক ব্যৱসায়িক নেতা, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সাংস্কৃতিক মুৰব্বীসকলৰ এটা প্ৰতিনিধি দলো ভাৰতলৈ আহিব।

বিশেষজ্ঞসকলৰ মতে ষ্টাৰ্মাৰৰ এই ভ্ৰমণ কৌশলগতভাৱেও তাৎপৰ্যপূৰ্ণ। এই ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই মুম্বাইত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল ফিনটেক ফেষ্টত ভাষণ দিব।

ব্ৰিটেইনৰ ব্যৱসায় আৰু বাণিজ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত সামগ্ৰী আৰু সেৱাৰ মুঠ বাণিজ্য প্ৰায় ৪৪.১ বিলিয়ন পাউণ্ড। জুলাই মাহত এফটিএ স্বাক্ষৰ কৰাৰ পিছত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

Tags: BritainBritishIndiaKeir StarmerNarendra Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025