• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হেলিকপ্টাৰত তেল ভৰাবলৈ ক’ত টকা পালে হাগ্ৰামা মহিলাৰীয়ে? সকলো ক’লে সাংবাদিকৰ আগত…

Nation NE by Nation NE
August 29, 2025
in Top News, BIG BREAKING, অসম, ৰাজনীতি
0 0
হেলিকপ্টাৰত তেল ভৰাবলৈ ক’ত টকা পালে হাগ্ৰামা মহিলাৰীয়ে? সকলো ক’লে সাংবাদিকৰ আগত…

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰ কৰি তুলিছে প্ৰচাৰ অভিযান। মিত্ৰতা অবিহনেই যিহেতু প্ৰতিটো ৰাজনৈতিক দলে এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেয়ে আগন্তুক বিটিচি নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

বিজেপিৰ আগ্ৰাসী প্ৰচাৰ অভিযান অব্যাহত থকাৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলেও নিৰন্তৰভাৱে চলাই গৈছে প্ৰচাৰ।

বিজেপিৰ হৈ প্ৰচাৰৰ মূল দায়িত্ব লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ সমান্তৰালকৈ শেহতীয়াভাৱে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও নামি পৰিছে শক্তি প্ৰদৰ্শনত।

বিভিন্ন হাস্যৰসী মন্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা হাগ্ৰামা মহিলাৰীয়ে এইবাৰ আন এক মন্তব্যৰ বাবে চৰ্চালৈ আহিছে। তেওঁ এইবাৰ সংবাদ মাধ্যমৰ আগত হেলিকপ্টাৰ সন্দৰ্ভত প্ৰদান কৰিছে মন্তব্য।

বিটিআৰত প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হেলিকপ্টাৰত তেল ভৰাবলৈ টকা ক’ত পালে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘গুৱাহাটীত ২২ কোটি টকাৰ মাটি বিক্ৰী কৰি তেল ভৰাইছো। চাৰে চাৰি বিঘা মাটি ২২ কোটিত বিক্ৰী কৰিছো।’

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ তেওঁ ৰসিকতাৰে দিয়ে যদিও সম্প্ৰতি মহিলাৰীৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, বিটিচি নিৰ্বাচনৰ বাবে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে ২২টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। লাভ কৰা তথ্য অনুসৰি আৰু এদিন বা দুদিনৰ ভিতৰতে বাকী ১৮টা সমষ্টিৰ বাবে দলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব।

Tags: BPFBTC ElectionBTRHagrama MohilaryHelicopter

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025