• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 19, 2025
26 °c
Guwahati
26 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

    ৩ মাহৰ ভিতৰত শেষ হ’ব তদন্ত! জুূবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কি ক’লে ছিংগাপুৰ আৰক্ষীয়ে?

    শেখৰ-অমৃতপ্ৰভাৰ জেল যাত্ৰা, এতিয়াও স্পষ্ট হোৱা নাই কোন জেলত ৰখা হ’ব দুয়োকে…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BTC নিৰ্বাচনৰ ভোটগণনা, কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি?

Nation NE by Nation NE
September 26, 2025
in Top News, অসম
0 0
BTC নিৰ্বাচনৰ ভোটগণনা,  কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি?
Share on FacebookShare on TwitterWhatsApp

আজি BTCৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। সৰ্বমুঠ ৪০ টা সমষ্টিত ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল BTC নিৰ্বাচন।

আজি মুঠ ৩১৬জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ আছে EVMত। ৮খন নিৰ্বাচনী জিলাত কেন্দ্ৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী। কোকৰাঝাৰৰ ১২টা সমষ্টি, চিৰাঙৰ ৭ টা, তামুলপুৰৰ ৫, বাক্সাৰ ৬ টা আৰু ওদালগুৰিৰ ১০টা সমষ্টিকে ধৰি মুছ ৪০ টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন।

বিটিচিৰ ৫ খন জিলাৰ প্ৰায় ২৬ লাখ ৫৮ হাজাৰ ১৫৩গৰাকী ভোটাৰে ৪০ টা সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৩১৬ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ নিৰ্বাচনী যুঁজ খন মুলত: সীমাবদ্ধ থাকিব বিজেপি,বিপিএফ আৰু ইউপিপিএলৰ মাজত ৷

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪০ টা পৰিষদীয় সমষ্টি হৈছে- ক্ৰমে পৰ্বতঝোৰা, বাওখুংগ্ৰী, শালবাৰী, খৈৰাবাৰী, গুমা, চালাকাটি, কোকলাবাৰী, ভেৰগাঁও, শ্ৰীৰামপুৰ, চিৰাং, দিহিৰা, ননৈ ছেৰফাং, যমদুৱাৰ,   চিৰাং দুৱাৰ ,মুছলপুৰ, খালিং দুৱাৰ, চৰাইবিল, কাজলগাঁও, বাগানপাৰা, মুদৈবাৰী, কচুগাঁও, নিচিমা, দৰঙাজুলি, হৰিশিঙা, দোতমা, সোবাইঝাৰ, নাগ্ৰীজুলি, ধনশ্ৰী, ফকিৰাগ্ৰাম, মানস ছেৰফাং, গইবাৰী, ভৈৰৱকুণ্ড, বনৰগাঁও, ঠুৰিবাৰী, ছুক্লাই ছেৰফাং, পাঁচনৈ ছেৰফাং, দেবৰগাঁও, মথনগুৰি, গোৰেশ্বৰ, ৰৌতা।

Tags: BTCElection

Related Posts

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন
Top News

October 19, 2025
স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু
Top News

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

October 19, 2025
জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
BIG BREAKING

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

October 19, 2025
ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন
Top News

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

October 19, 2025
মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..
Top News

‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

October 19, 2025

শীৰ্ষ সংবাদ

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025