• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চিকিৎসা বীমাৰ প্ৰিমিয়াম বৃদ্ধি হোৱাৰ সম্ভাৱনা!

Nation NE by Nation NE
July 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!
Share on FacebookShare on TwitterWhatsApp

২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটক লৈ প্ৰতিজন লোকৰ মাজত নিজা-নিজা প্ৰত্যাশা আছে। একে সময়তে নিযুক্তিপ্ৰাপ্ত লোকসকলৰো এই বাজেটখনক লৈ দৃষ্টি নিৱদ্ধ আছে। কিয়নো চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ২০২৪-২৫ বৰ্ষৰ বাজেটে আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে।

বিগত বছৰত দেশত প্ৰায় ৮.২ কোটি লোকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছিল। যি পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ৯% অধিক আছিল। দেশৰ বহু সংখ্যক কৰদাতা নিযুক্তিপ্ৰাপ্ত লোক। এনে পৰিস্থিতিত বাজেটক লৈ উচ্চ প্ৰত্যাশা আছে লোকসকলৰ।

ইফালে বিশ্লেষকসকলৰ মতে, বেতনভোগী লোকসকলৰ বাবে চলিত বৰ্ষৰ বাজেট বিশেষ হ’ব। চৰকাৰে কৰ শ্লেবৰ পৰিৱৰ্তন, ধাৰা ৪০চিত ৰেহাই আৰু চিকিৎসা বীমা সম্পৰ্কীয় বহুতো ঘোষণা কৰিব পাৰে বাজেটত।

মানক কৰ্তনৰ স্তৰ বৃদ্ধিৰ সম্ভাৱনাঃ ২০১৮ চনৰ বাজেটত প্ৰথমবাৰৰ বাবে মানক কৰ্তন অন্তৰ্ভুক্ত কৰা হৈছিল। মানক কৰ্তন হৈছে প্ৰতিটো দৰমহাৰ সেই অংশ যাৰ ওপৰত চৰকাৰে কৰ ৰেহাই দিয়ে। চৰকাৰে প্ৰথমে ৪০,০০০ টকাৰ মানক কৰ্তন ঘোষণা কৰিছিল। ২০১৯ চনৰ বাজেটত ৫০,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল। তেতিয়াৰ পৰা কৰ্তনৰ পৰিমাণত কোনো পৰিৱৰ্তন হোৱা নাই। বিশেষজ্ঞসকলৰ মতে, চলিত বৰ্ষৰ বাজেটত ৬০,০০০ বা ৭০,০০০ টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

কৰৰ পৰা ৰেহাইঃ আগশাৰীৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি আগন্তুক বাজেটত ৩ লাখৰ পৰা ৫ লাখ টকালৈ কৰ ৰেহাই দিয়াৰ সম্ভাৱনা আছে। যদি আয়কৰ ৫ লাখ পৰ্যন্তলৈ ৰেহাই দিয়া হয় তেতিয়াহলে ৮.৫ লৈ উপাৰ্জন কৰা ব্যক্তিয়ে কৰ দিব নালাগে।

NPS ত হ’ব পাৰে পৰিৱৰ্তনঃ বিগত কিছু বছৰৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ পৰিৱৰ্তনক লৈ চৰ্চা অব্যাহত আছে। আনকি, NPS প্ৰত্যাহ্বাৰৰ বাবে সমগ্ৰ দেশত সময়ে সময়ে প্ৰতিবাদ অব্যাহত আছে। NPS ৰ ধাৰা ৮০ চিচিডি ১বিৰ অধীনত অতিৰিক্ত আয়কৰ কৰ্তনৰ সীমা বৃদ্ধি কৰাৰ বহুতো দাবী আছে। ম্যাদপুৰ্তিৰ ওপৰত কৰ-মুক্ত প্ৰত্যাহাৰৰ সীমা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

দৰমহাত কৰ কম হোৱাৰ সম্ভাৱনাঃ আগন্তুক বাজেটত আয় সন্দৰ্ভত নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। দৰমহাৰ কৰ ব্যৱস্থা ৩০ শতাংশৰ পৰা হ্ৰাস কৰি ২৫ শতাংশ কৰাৰ সম্ভাৱনা আছে। বাজেটত চৰকাৰে পুৰণি কৰ ব্যৱস্থাৰ অধীনত উচ্চতম কৰ ১০ লাখৰ পৰা ২৫ লাখ পৰ্যন্ত কৰাৰ সম্ভাৱনা আছে।

হাউছ এলাউটমেন্ট বৃদ্ধিৰ সম্ভাৱনাঃ চহৰক্ষেত্ৰত বসবাস কৰা লোকৰ বাবে ঘৰভাড়া প্ৰতিবছৰে বৃদ্ধি হৈ এক সমস্যা হিচাপে থিয় দিছে। সেইক্ষেত্ৰত চৰকাৰে বাজেটত হাউছ এলাউটমেন্ট বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

চিকিৎসা বীমাৰ প্ৰিমিয়াম বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ স্বাস্থ্যসেৱাৰ বৰ্ধিত ব্যয়ৰ বাবে ১৯৬১ চনৰ আয়কৰ আইনৰ ধাৰা ৪০ডিৰ অধীনত চিকিৎসা বীমা প্ৰিমিয়ামৰ বাবে কৰ্তনৰ সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সাধাৰণ ব্যক্তিৰ বাবে ২৫,০০০ টকা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৫০,০০০ টকাৰ সীমা নিৰ্ধাৰণ কৰা আছিল। অৱশ্যে, নতুন বাজেটত সাধাৰণ ব্যক্তিৰ বাবে ৫০,০০০ টকা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৭৫,০০০ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Tags: Budgetfinance ministerGeneral budgetIndiaNirmala Sitharaman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025