• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

Nation NE by Nation NE
July 11, 2025
in Top News, ক্ৰীড়া
0 0
কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচৰ দ্বিতীয় দিনা ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ পাঁচটা উইকেট দখল কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। এই বিধ্বংসী বলিঙৰ সহায়ত বুমৰাহে বিদেশৰ ভূমিত সৰ্বাধিকবাৰ পাঁচ উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয়।

বিদেশৰ ভূমিত বুমৰাহৰ এইটো আছিল কেৰিয়াৰৰ ১৩ নম্বৰ পাঁচ উইকেট হল। ইয়াৰ জৰিয়তে তেওঁ অতিক্ৰম কৰে ভাৰতৰ কিম্বদন্তী কপিল দেৱৰ অভিলেখ। বিদেশৰ ভূমিত কপিল দেৱে এটা ইনিংছত ১২বাৰ পাঁচ উইকেট সংগ্ৰহ কৰিছিল।

বিদেশৰ ভূমিত সৰ্বাধিকবাৰ টেষ্ট ক্ৰিকেটত পাঁচ উইকেট লোৱা ভাৰতীয় বলাৰ

যশপ্ৰীত বুমৰাহ- ১৩ বাৰ

কপিল দেৱ- ১২ বাৰ

অনিল কুম্বলে- ১০ বাৰ

ঈশান্ত শৰ্মা- ৯ বাৰ

উল্লেখ্য যে, এই পৰ্যন্ত ৪৭খন টেষ্ট মেচত বুমৰাহে ২১৫টা উইকেট দখল কৰিছে। সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ২৭ ৰানত ৬ উইকেট। ইয়াৰ উপৰি এতিয়ালৈকে টেষ্ট ক্ৰিকেটত এটা ইনিংছত ১৫ বাৰ পাঁচটা উইকেট দখল কৰিছে।

Tags: 5 Wicket HaulsIndia vs EnglandJasprit BumrahTest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025