• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সাংসদৰ আসনৰ পৰা উদ্ধাৰ টকাৰ বান্দিল; আইন অনুসৰি তদন্ত কৰাৰ আশ্বাস জগদীপ ধনখড়ৰ

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সাংসদৰ আসনৰ পৰা উদ্ধাৰ টকাৰ বান্দিল; আইন অনুসৰি তদন্ত কৰাৰ আশ্বাস জগদীপ ধনখড়ৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভিয়ে বহা আসনৰ তলৰ পৰা টকাৰ বান্দিল উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি, কালি নিৰাপত্তাৰক্ষীয়ে তদন্তৰ অন্তত সাংসদ অভিষেক মনু সিংভিৰ আসনৰ তলৰ পৰা টকাৰ বান্দিল উদ্ধাৰ কৰিছিল।

টকা উদ্ধাৰ হোৱা ঘটনাক লৈ আজি ৰাজ্যসভা উত্তাল হৈ পৰে। পৰিস্থিতি অধিক উত্তেজনাময় হোৱাৰ পিছত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে ঘটনাটোৰ হস্তক্ষেপ কৰি কয়, ‘মই সদস্যসকলক জনাব বিচাৰিছো যে কালি সদনৰ কাম-কাজ সমাপ্ত হোৱাৰ পিছত সদনত নিৰাপত্তাৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত ২২২ নং আসনৰ পৰা এটা টকাৰ বান্দিল উদ্ধাৰ হয়। এই আসনখন তেলেংগানাৰ পৰা নিৰ্বাচিত সাংসদ অভিষেক মনু সিংভিৰ নামত আৱণ্টিত। এই ঘটনাটো মোক অৱগত কৰোৱা হৈছিল, আৰু মই তদন্ত সুনিশ্চিত কৰিছিলো আৰু ইয়াৰ তদন্ত চলি আছে।’

ইফালে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অভিষেক মনু সিংভিয়ে। তেওঁ কয়, ‘মই এই কথা শুনি যথেষ্ট আচৰিত হৈছো। এই বিষয়ে মই জ্ঞাত নাছিলো। কালি দুপৰীয়া ১২:৫৭ বজাত সদনত প্ৰৱেশ কৰিছিলোঁ আৰু ১ বজাৰ পৰা সদনৰ সভা আৰম্ভ হয়। মই ৩-৪ মিনিট থকাৰ পিছত ১ৰ পৰা ১.৩০ বজালৈকে অযোধ্যা প্ৰসাদৰ সৈতে কেণ্টিনত খাদ্যগ্ৰহণ কৰিছিলো। মই ১.৩০ বজাত প্ৰস্থান কৰিছো, অৰ্থাত সদনত মই মুঠ ৩ মিনিট আছিলো। এয়া আশ্বৰ্যকৰ যে এই ঘটনা সন্দৰ্ভত ৰাজনীতি আৰম্ভ হৈছে।’

তেওঁ লগতে কয়, ‘কোনো আসনত সামগ্ৰী বা বস্তু কেনেদৰে ৰখা হ’ল তাৰ তদন্ত নিশ্বয় হ’ব লাগে। প্ৰতিখন আসনতে তলাৰ ব্যৱস্থা থাকিব লাগে আৰু ইয়াৰ ছাবি নিৰ্দিষ্ট সাংসদগৰাকীৰ ওচৰত থাকিব লাগে, নহ’লে যিকোনো বস্তু ৰাখিব পাৰে আৰু আৰোপ কৰিব পাৰে অভিযোগ। এয়া অত্যন্ত দুখজনক আৰু চিন্তনীয়ৰ লগতে হাস্যকৰো। এই ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ সকলোৱে সহযোগ কৰিব লাগে।’

এগৰাকী সাংসদৰ আসনৰ পৰা টকাৰ বান্দিল উদ্ধাৰ হোৱা ঘটনাক লৈ বৰ্তমান শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক্যবাণ আৰম্ভ হোৱাও পৰিলক্ষিত হৈছে।

Tags: Abhishek Manu SinghviJagdeep DhankharRajya Sabha

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025