• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক বিশেষ মাংস নিষিদ্ধকৰণক লৈ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; আজিৰ পৰা হোটেল-ৰেষ্টুৰেণ্টত নিষিদ্ধ হ’ল এই মাংস

ফাইল ছবি

Share on FacebookShare on TwitterWhatsApp

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ কোনো হোটেল-ৰেষ্টুৰেণ্টত পৰিৱেশন কৰিব নোৱাৰিব এক বিশেষ মাংস। সামজিক অনুষ্ঠানতো নিষিদ্ধ এই মাংসৰ পৰিৱেশন। অৰ্থাৎ ৰাজহুৱা স্থানতো এই মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব।

ইয়াৰ পূৰ্বে মন্দিৰৰ পৰা ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত বিশেষ মাংসবিধ নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব। দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু জে ডি ইউয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জে ডি ইউয়ে কয়, এই সিদ্ধান্তই সমাজত উত্তেজনা বৃদ্ধি কৰিব।

কেন্দ্ৰ আৰু বিহাৰত বিজেপিৰ মিত্ৰ জেডিইউ নেতা কেচি ত্যাগীয়ে কয় যে, ভাৰতৰ সংবিধানে সকলোকে খাদ্যৰ স্বাধীনতা প্ৰদান কৰে। হোটেল বা ৰাজহুৱা স্থানত এই বিশেষ মাংসবিধৰ নিষিদ্ধকৰণত তেওঁলোকে সমৰ্থন নকৰে। ইয়াৰ দ্বাৰা সমাজত উত্তেজনা বিয়পিব যিটো ইতিমধ্যে অতি উচ্চ।

কংগ্ৰেছ নেতা ৰছিদ আলভিয়ে কয় যে, সমগ্ৰ দেশতে এই মাংস নিষিদ্ধ কৰিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ এতিয়াহে এই কথা মনত পৰাটোহে আচৰিত। বিজেপি ক্ষমতাত থকা গোৱা আৰু উত্তৰ-পূবকে ধৰি আটাইকেইখন ৰাজ্যতে এই মাংস নিষিদ্ধ কৰিবনে, সেইটোহে লক্ষণীয়।

আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয় যে, ৰাজ্যত এই বিশেষ মাংসৰ নিষেধাজ্ঞা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিজেপিক অপমানজনক পৰাজয়ৰ দিশে লৈ যোৱাৰ পিছত নিজৰ ব্যৰ্থতা লুকুৱাবলৈ চেষ্টা কৰিছে। ঝাৰখণ্ডৰ বুদ্ধিমান ৰাইজৰ দৰে অসমৰ জনসাধাৰণেও আগন্তুক নিৰ্বাচনত অসমৰ বিজেপি নেতাৰ দুৰ্নীতি, অপশাসন আৰু অবৈধ সম্পদক শাস্তি দিব।

অসমৰ এ আই ইউ ডি এফ দলৰ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ড০ (হাফিজ) ৰফিকুল ইছলামে কয় যে, কেবিনেটে মানুহে কি খাব বা কি পিন্ধিব সেইটো সিদ্ধান্ত ল’ব নালাগে। বিজেপিয়ে গোৱাৰ লগতে  উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত এই মাংস নিষিদ্ধ কৰিব নোৱাৰে, তেন্তে অসমত কিয়? এই সিদ্ধান্তৰ প্ৰতি তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে।

Tags: #AssamBJPDr himanta biswa sarma

Related Posts

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025

শীৰ্ষ সংবাদ

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025