• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সাৱধান! পুৰুষৰ পৰা মহিলাৰ দেহলৈ বিয়পে এইবিধ কৰ্কট ৰোগ

Nation NE by Nation NE
August 26, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
সাৱধান! পুৰুষৰ পৰা মহিলাৰ দেহলৈ বিয়পে এইবিধ কৰ্কট ৰোগ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতত প্ৰতি বছৰে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে। এই ৰোগৰ ফলত হোৱা মৃত্যুৰ হোৱা লোকৰ সংখ্যাও বাঢ়ি আহিছে।

ভাৰতত কৰ্কট ৰোগ এটা ডাঙৰ সমস্যা হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২৩ চনত ভাৰতত ১.৪ নিযুতৰো অধিক কৰ্কট ৰোগৰ কেছ প্ৰতিবেদিত হৈছিল। এই কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে বাঢ়ি আহিছে আৰু প্ৰতি বছৰে লাখ লাখ লোক ইয়াৰ বাবে মৃত্যুমুখত পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২২ চনত বিশ্বজুৰি চাৰ্ভিকেল কৰ্কট ৰোগৰ ফলত ৩,৫০,০০০লোকৰ মৃত্যু হৈছিল। এই সংখ্যা প্ৰতি বছৰে বৃদ্ধি হৈ আহিছে।

পুৰুষৰ দেহৰ পৰা এবিধ ভাইৰাছ মহিলাৰ শৰীৰলৈ বিয়পে, যিয়ে কৰ্কট ৰোগৰ সৃষ্টি কৰে। এই কৰ্কট ৰোগ ইমানেই গুৰুত্বৰ যে, আজিৰ সময়ত ই মহিলাৰ মৃত্যুৰ এটা মুখ্য কাৰণ হৈ পৰিছে।

এই কৰ্কট ৰোগটো কি আৰু ই পুৰুষৰ পৰা মহিলালৈ কেনেকৈ বিয়পে? এই বিষয়ে জানো আহক সবিশেষ-

এই কৰ্কট ৰোগক চাৰ্ভিকেল কৰ্কট ৰোগ বুলি কোৱা হয়। চাৰ্ভিকেল কৰ্কট HPV ভাইৰাছৰ ফলত হয়, যাক মানৱ পিপলোমা ভাইৰাছ বুলি কোৱা হয়। এই ভাইৰাছ পুৰুষৰ ক্ষেত্ৰত হয় আৰু যৌন সম্ভোগৰ সময়ত পুৰুষৰ পৰা মহিলাৰ দেহলৈ বিয়পে। সেয়েহে, যৌনভাৱে সক্ৰিয় মহিলাসকলৰ ক্ষেত্ৰত এই কৰ্কট ৰোগ বেছিকৈ দেখিবলৈ পোৱা যায়।

আজিৰ সময়ত, এই কৰ্কট ৰোগ মহিলাৰ মৃত্যুৰ অন্যতম কাৰক হৈ পৰিছে। অৱশ্যে উচিত সময়ত টিকাকৰণ কৰিলে, এই ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ।

চাৰ্ভিকেল কৰ্কট কেনেদৰে বিয়পে?

দিল্লীৰ ৰাজীৱ গান্ধী কৰ্কট চিকিৎসালয়ৰ অংক’লজী বিভাগৰ এইচ.ও.ডি. ডাঃ বিনীত তলৱাৰে ব্যাখ্যা কৰিছে যে, HPV ভাইৰাছ পুৰুষৰ শৰীৰৰ পৰা মহিলাৰ জৰায়ুলৈ বিয়পে আৰু তাত বিকশিত হয়। ই ৫ ৰ পৰা ১০ বছৰত চাৰ্ভিকেল কৰ্কট ৰোগত পৰিণত হয়। আৰম্ভণিতে, এই ভাইৰাছ পুৰুষৰ পৰা মহিলাৰ সংক্ৰমণ হয়, যাৰ পিছত ই দীঘলীয়া সময়ৰ অন্তত: কৰ্কট ৰোগত পৰিণত হয়। এই কৰ্কট ৰোগৰ ফলত ভাৰতত প্ৰতি বছৰে লাখ লাখ মহিলাই প্ৰাণ হেৰুৱায়।

ডাঃ তলৱাৰে ব্যাখ্যা কৰে যে, HPV ভাইৰাছ পুৰুষৰ শৰীৰত থাকে, কিন্তু ইয়ে পুৰুষৰ দেহত কৰ্কট ৰোগ সৃষ্টি নকৰে। কোনো সুৰক্ষা অবিহনে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিলে এই ভাইৰাছবিধ মহিলাৰ শৰীৰলৈ বিয়পে আৰু পিছলৈ ই কৰ্কট ৰোগলৈ ৰূপান্তৰিত হয়। অৱশ্যে, প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত এই ৰোগ কৰ্কটলৈ পৰিণত নহয়।

ডাঃ তলৱাৰে ব্যাখ্যা কৰিছে যে, মহিলাসকলৰ জৰায়ুৰ ৰোগ, পিচিঅ’ডিৰ সমস্যা আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ ওপৰত যত্ন নলোৱাৰ বাবেও এই কৰ্কট ৰোগৰ ভুক্তভোগী হ’ব পাৰে।

চাৰ্ভিকেল কৰ্কট ৰোগৰ লক্ষণ-

– যৌন সম্ভোগৰ পিছত যোনিৰ ৰক্তক্ষৰণ

– যোনিত অত্যাধিক বিষ

– যোনিৰ ৰক্তক্ষৰণৰ ফলত দুৰ্গন্ধ ওলোৱা

– যৌন সম্ভোগ কৰোঁতে বিষ অনুভৱ কৰা

– ঋতুস্ৰাৱৰ বাহিৰেও যোনিৰ ৰক্তক্ষৰণ

চাৰ্ভিকেল কৰ্কট ৰোগ প্ৰতিৰোধ–

প্ৰাৰম্ভিক পৰ্যায়ত চাৰ্ভিকেল কৰ্কট ৰোগৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাযায়। এই কৰ্কট ৰোগ কেৱল তৃতীয় বা চতুৰ্থ পৰ্যায়তহে ধৰা পৰে, যাৰ ফলত ৰোগীৰ জীৱন ৰক্ষা কৰা কঠিন হৈ পৰে। চাৰ্ভিকেল কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে, এগৰাকী মহিলা যদি যৌনভাৱে সক্ৰিয় হয়, তেনেহ’লে তেওঁ পেপ স্মিয়াৰ পৰীক্ষা কৰাব পাৰে। ৩০ বছৰৰ পিছত যি মহিলাই যৌনভাৱে সক্ৰিয় হয়, তেতিয়াহ’লে তেওঁ প্ৰতি ৫ বছৰৰ মূৰে মূৰে পেপ স্মিয়াৰ পৰীক্ষা কৰিব পাৰে, যাতে তেওঁ সময়মতে এই কৰ্কট ৰোগ চিনাক্ত কৰিব পাৰে। চিকিৎসকৰ মতে, এই পৰীক্ষা ৬৫ বছৰ বয়সলৈকে কৰা উচিত।

চাৰ্ভিকেল কৰ্কট ৰোগৰ ভেকছিন

এই কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ, কন্যা সন্তানক ৯ ৰ পৰা ১৪ বছৰ বয়সত যৌন সক্ৰিয়তা লাভ কৰাৰ আগতেই HPV ভেকছিন দিব লাগে। কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ পাছত এই ভেকছিন লোৱাটো অৰ্থহীন। যিকোনো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ পৰা ইয়াক প্ৰাপ্ত কৰিব পাৰে।

Tags: DiseaseHealth BenefitsHealth NewsHealthy life

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ
Top News

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

December 10, 2025
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025