• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে চেতেশ্বৰ পূজাৰাই

Nation NE by Nation NE
October 23, 2024
in Top News, ক্ৰীড়া
0 0
ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে চেতেশ্বৰ পূজাৰাই
Share on FacebookShare on TwitterWhatsApp

এসময়ৰ ভাৰতীয় টেষ্ট দলৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। পূজাৰাই প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ৬৬ সংখ্যক শতক অৰ্জন কৰাৰ লগতে দ্বিশতকৰ সংখ্যাও বৃদ্ধি কৰে।

প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ এয়া পূজাৰাৰ ১৮তম দ্বিশতক। পূজাৰা এতিয়া প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক দ্বিশতক অৰ্জন কৰা বিশ্বৰ চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হৈছে।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক দ্বিশতক অ্জনৰ অভিলেখ আছে মহান ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ নামত। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ডন ব্ৰেডমেনৰ নামত আছে ৩৭টা ডাবল চেঞ্চুৰীৰ অভিলেখ।

ইফালে পূজাৰাৰ নামত প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত আছে ৬৬টা শতক। এই ক্ষেত্ৰত পূজাৰাই মহান ব্রায়ান লাৰাৰ অভিলেখ ভংগ কৰিছে৷ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত লাৰাই ৬৫টা শতক অৰ্জন কৰিছিল। ইয়াৰ লগতে পূজাৰাই প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ২১০০০ ৰান সম্পূৰ্ণ কৰাৰো কৃতিত্ব গঢ়ে।

উল্লেখ্য যে, চলিত ৰঞ্জি ট্ৰফীত ছত্তীশগড় আৰু সৌৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা খেলখনত সৌৰাষ্ট্ৰৰ হৈ খেলি পূজাৰাই শতক সম্পূৰ্ণ কৰিছিল। এই শতক সম্পূৰ্ণ কৰাৰ লগে লগে পূজাৰাই ইতিহাস সৃষ্টি কৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শতক অৰ্জনৰ ক্ষেত্ৰত লাৰাক অতিক্ৰম কৰে।

ইফালে ভাৰতৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰৰ নামত আছে। দুয়োজনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৮১টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ইফালে ছাৰ জেক হবছৰ নামত আছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ। জেক হবছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৯৯টা শতক অৰ্জন কৰিছিল।

Tags: Brian LaraCheteshwar PujaraFirst Class Cricket

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025