• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পৱিত্ৰ বৰদিনত প্ৰিয়জনলৈ প্ৰেৰণ কৰক এই শুভেচ্ছা বাৰ্তা

Nation NE by Nation NE
December 19, 2024
in Top News, বিনোদন
0 0
পৱিত্ৰ বৰদিনত প্ৰিয়জনলৈ প্ৰেৰণ কৰক এই শুভেচ্ছা বাৰ্তা
Share on FacebookShare on TwitterWhatsApp

বৰদিন বা খ্ৰীষ্টমাছ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়।

আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰৱেশ কৰিছিল। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটো যীশুখ্ৰীষ্টৰ জন্ম তাৰিখ হিচাপে ধৰা হয়। বৰদিনৰ এই দিনটোত মানুহে গীৰ্জালৈ যায়, সকলোৱে ঘৰ আৰু বৰদিনৰ গছ সজাই, কেক কাটে।

বৰদিনৰ এই পৱিত্ৰ দিনটোত আপোনাৰ প্ৰিয়জন অথবা পৰিয়ালৰ লোকলৈ এই শুভেচ্ছা বাৰ্তা-

১. বৰদিনৰ দিনটো আপোনাৰ বাবে

প্ৰচুৰ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।

শুভ বৰদিন!

২. আপোনালৈ বৰদিনৰ শুভেচ্ছা।

বৰদিনৰ এই পৱিত্ৰ দিনটোৱে আপোনাৰ বাবে

অপৰিসীম সফলতা আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।

৩. বৰদিন হৈছে আশীৰ্বাদ লাভ কৰাৰ লগতে

একেলগে প্ৰতিটো মুহূৰ্ত উপভোগ কৰাৰ সময়।

শুভ বৰদিন!

৪. বৰদিনে লৈ আনিছে প্ৰেম,

শান্তি আৰু আনন্দৰ বতৰা।

বৰদিন আহি পোৱাৰ লগে লগে

বহুত শুভকামনা থাকিল। শুভ বৰদিন!

৫. উল্লাসিত উৎসৱ বৰদিনে

আপোনাক নতুন আৰম্ভণিৰ প্ৰতিশ্ৰুতি দিয়ক।

শুভ বৰদিন!

৬. যীশুৱে আপোনাৰ সকলো

মনোকামনা পূৰণ কৰক।

শুভ বৰদিন!

৭. হাঁহি আৰু আনন্দৰে

ভৰা বৰদিনৰ কামনা জনালো।

শুভ বৰদিন!

৮. খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল!

যীচুৱে আপোনাৰ জীৱনত প্ৰেমৰ বৰষুণ কৰক।

Tags: ChristmasJesusNew year

Related Posts

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026
লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

শীৰ্ষ সংবাদ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025