• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘কোনো লোককে ৰেহাই দিয়া নহ’ব’… দিল্লীৰ পৰা পুনৰ হুংকাৰ অমিত শ্বাহৰ

Nation NE by Nation NE
May 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘কোনো লোককে ৰেহাই দিয়া নহ’ব’… দিল্লীৰ পৰা পুনৰ হুংকাৰ অমিত শ্বাহৰ
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে সন্ত্ৰাসবাদীয়ে যুদ্ধত জয়ী হোৱা বুলি ভবা উচিত নহয়। পেহেলগামত সন্ত্ৰাসবাদীৰ যুদ্ধৰ আৰম্ভণি নহয়, কিন্তু সন্ত্ৰাস বিয়পোৱা সকলোকে ক’ব বিচাৰিছো যে তেওঁলোকক উপযুক্ত উত্তৰ দিয়া হ’ব আৰু উত্তৰ লোৱা হ’ব। কোনো লোককে ৰেহাই দিয়া নহ’ব।

কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ৯০ৰ দশকৰ পৰা অব্যাহত আছে। কোনোবাই যদি ভাবে যে কিবা কাপুৰুষালি কৰি এইটোৱেই তেওঁলোকৰ জয়, তেন্তে মই আপোনালোকক ক’ব বিচাৰিছো যে কাকো ৰেহাই দিয়া নহ’ব। আমি দেশৰ প্ৰতিটো স্তৰৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিম। সন্ত্ৰাসবাদ শেষ নোহোৱালৈকে আমাৰ যুঁজ অব্যাহত থাকিব, যিয়েই এই কাৰ্য সংঘটিত কৰিছে তেওঁক উপযুক্ত শাস্তি দিয়া হ’ব।

দিল্লীত এক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে কয়, ‘সন্ত্ৰাসবাদীয়ে যুদ্ধত জয়ী হোৱা বুলি ভবা উচিত নহয়। এই যুঁজখন এতিয়াও শেষ হোৱা নাই। আমি এটা এটাকৈ প্ৰতিশোধ লম।’

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ পৰা সন্ত্ৰাসবাদ উভালি পেলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি শ্বাহে এই কাম সম্পন্ন হ’ব বুলি দৃঢ়তাৰে উল্লেখ কৰে।

উল্লেখ্য যে, ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মদেৱৰ পৱিত্ৰ স্মৃতিত প্ৰতিমূৰ্তি উন্মোচন আৰু পথ তথা ৰটাৰী নামকৰণ অনুষ্ঠানত উপস্থিত থাকি গৃহ মন্ত্ৰী অমিত শ্বাহে এইদৰে পুনৰবাৰ পাকিস্তানক ধমক প্ৰদান কৰে।

Tags: #DelhiAmit ShahPahalgam IncidentPakistan

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025