• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, September 11, 2025
28 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      চাকৰিৰ প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীৰ বাবে ভাল খবৰ; জানক আবেদন প্ৰক্ৰিয়া

      Nation NE by Nation NE
      March 5, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      চাকৰিৰ প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীৰ বাবে ভাল খবৰ; জানক আবেদন প্ৰক্ৰিয়া

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি থকা যুৱক-যুৱতীৰ বাবে ভাল খবৰ। বিশেষকৈ সৈন্য বাহিনীত নিযুক্তি লাভৰ স্বপ্ন দেখা চাকৰি প্ৰত্যাশী সকলৰ বাবে এই খবৰ যথেষ্ট গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ CISF- এ কনিষ্টবল/ট্ৰেডছমেন পদত নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে।

      এই পদ সমূহৰ বাবে ৫ মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ৩ এপ্ৰিললৈকে ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ CISF- ৰ অফিচিয়েল ৱেবছাইট cisfrectt.cisf.gov.in ত এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

      কেন্দ্ৰীয় সুৰক্ষা বাহিনীটোৱে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি মুঠ ১১৬১টা পদৰ বাবে যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। দশম শ্ৰেণী উত্তীৰ্ণ ১৮ৰ পৰা ২৩ বছৰীয়া যুৱক-যুৱতীসকলে এই পদসমূহত আবেদন কৰিব পাৰিব। আনহাতে বয়সৰ ক্ষেত্ৰত SC, ST আৰু OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলক কিছু ৰেহাই দিয়া হ’ব।

      এই পদসমূহৰ বাবে আবেদন মাচুল ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST)ৰ অন্তৰ্গত আবেদনকাৰীসকলক আবেদন মাচুল আদায় দিয়াৰ পৰা ৰেহাই দিয়া হৈছে।

      প্ৰাৰ্থীসকলে CISFৰ কনিষ্টবল নিযুক্তিৰ বাবে কিদৰে আবেদন কৰিব পাৰিব চাওঁ আহক-

      CISFৰ অফিচিয়েল ৱেবছাইট cisfrectt.cisf.gov.in চাওক।

      এতিয়া হোম পেজত থকা লগইন টেবত ক্লিক কৰক।

      ইয়াৰ পিছতে নিৰ্ধাৰিত তথ্য পূৰ কৰি পঞ্জীয়ন কৰক।

      নথি-পত্ৰ আপলোড কৰি মাচুল পৰিশোধ কৰাৰ পিছত চাবমিট টেবত ক্লিক কৰক।

      Tags: CISFJob Vacancy

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 11, 2025
      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন
      Top News

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      September 10, 2025
      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      September 10, 2025

      শীৰ্ষ সংবাদ

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist