• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰণক্ষেত্ৰলৈ পৰিণত ক্ৰীড়াক্ষেত্ৰ; এশৰো অধিক লোকৰ মৃত্যু, বহু আহত

Nation NE by Nation NE
December 2, 2024
in Top News, ক্ৰীড়া
0 0
ৰণক্ষেত্ৰলৈ পৰিণত ক্ৰীড়াক্ষেত্ৰ; এশৰো অধিক লোকৰ মৃত্যু, বহু আহত
Share on FacebookShare on TwitterWhatsApp

পশ্চিম আফ্ৰিকাৰ দেশ গিনিত এখন ফুটবল খেলৰ সময়ত তীব্ৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। খেলখন চলি থকা সময়তে দুয়োপক্ষৰ অনুৰাগীসকলৰ মাজত হোৱা ৰক্তাক্ত সংঘৰ্ষত ১০০ জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে।

জানিব পৰা মতে, দেওবাৰে গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এনজেৰেকোৰত সংঘটিত এই ঘটনা সন্দৰ্ভত নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন চিকিৎসকে কয়, ‘চকুৰে দেখা পোৱালৈকে চিকিৎসালয়ত কেৱল মৃতদেহৰ শাৰী। বহু মৃতদেহ পৰি আছে মজিয়াত, মৃতদেহেৰে ভৰি পৰিছে মৰ্গ।’

উল্লেখ্য যে, ফুটবল খেলৰ সময়ত সংঘটিত এই হিংসাৰ বহু ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’সমূহ সেই ঘটনাৰ সৈতে জড়িত হয় নে নহয় সেয়া নিশ্চিত কৰিব পৰা নাই।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে এখন স্থানীয় থানাও ভাঙি লণ্ড ভণ্ড কৰি জুই লগাই দিয়ে।

এজন প্ৰত্যক্ষদৰ্শীয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এটাক কয়, ‘মেচ ৰেফাৰীয়ে দিয়া এটা নিৰ্ণয়ক লৈ এই হিংসাৰ সূত্ৰপাত ঘটে। ৰেফাৰীৰ নিৰ্ণয়ক লৈ অসন্তুষ্ট অনুৰাগীয়ে খেলপথাৰত তাণ্ডৱ চলায়। ঘটনাই নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰাত প্ৰায় এশৰো অধিক লোক নিহত হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হয়।

জুণ্টা নেতা মমাদী ডোম্বায়াৰ সন্মানত আয়োজন কৰা হৈছিল এই ফুটবল মেচখন।

Tags: ClashFootball MatchGuinea

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025