• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      Nation NE by Nation NE
      June 8, 2025
      in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ
      Share on FacebookShare on TwitterWhatsApp

      দক্ষিণ আমেৰিকাৰ উত্তৰ-পশ্চিম দিশে অৱস্থিত কলম্বিয়াত দেখা পোৱা গৈছে ব্যাপক নিৰ্বাচনী হিংসা। দেশখনত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ প্ৰাৰ্থী মিগেল উৰিবেক দুৰ্বৃত্তই গুলীয়াই আহত কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

      মিগেল উৰিবে কনজাৰভেটিভ ডেমোক্ৰেটিক চেণ্টাৰ পাৰ্টীৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। দেশখনৰ ৰাজধানী বগোটাত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে আক্ৰমণৰ বলি হয় বিৰোধী চিনেটৰগৰাকী। তেওঁৰ মূৰ আৰু পিঠিত আঠটাকৈ গুলীয়ে আঘাত কৰা বুলি জানিব পৰা গৈছে।

      এই গুলীচালনা সংঘটিত হোৱাৰ পিছতেই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা আৰক্ষী আৰু সমৰ্থকসকলে ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায়।

      ইফালে এই ঘটনাৰ পিছতেই কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰো চাঞ্চেজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনা সম্পৰ্কত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি থকা বুলি জনায়। গুলীচালনাৰ ঘটনাক নিন্দনীয় আখ্যা দিয়ে ৰাষ্ট্ৰপতি কাৰ্যালয়ে।

      আনহাতে আমেৰিকাই এই গুলীচালনাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।

      Tags: ColombiaMiguel Uribe TurbayPresident Election

      Related Posts

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ
      Top News

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      June 8, 2025
      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা
      Top News

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      June 8, 2025
      অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান
      Top News

      পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

      June 8, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 8, 2025
      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      শীৰ্ষ সংবাদ

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist