• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“জাতিতকৈ ৰাজনৈতিক দল ডাঙৰ নহয়”, যোগদানৰ ২দিন পিছতেই ত্যাগ কৰিলে কংগ্ৰেছ দল…

Nation NE by Nation NE
January 14, 2026
in Top News, অসম
0 0
“জাতিতকৈ ৰাজনৈতিক দল ডাঙৰ নহয়”, যোগদানৰ ২দিন পিছতেই ত্যাগ কৰিলে কংগ্ৰেছ দল…
Share on FacebookShare on TwitterWhatsApp

যোগদানৰ ২দিন পিছতেই কংগ্ৰেছ দল এৰিলে ৰেজাউল কৰিম সৰকাৰে। শেহতীয়াকৈ তেওঁ ধুবুৰী আৰু শিৱসাগৰক লৈ কৰা মন্তব্যক লৈ সৃষ্টি হৈছিল। য’ত শিৱসাগৰক ধুবৰী বনাম বুলি কৈছিল ন কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে।

ৰাজ্যজুৰি চলি থকা এই বিতৰ্কৰ মাজতে কংগ্ৰেছ দল ত্যাগ কৰে ৰেজাউল কৰিম সৰকাৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ লিখি ন-কংগ্ৰেছী সৰকাৰে দল ত্যাগৰ সিদ্ধান্তৰ কথা অৱগত কৰে। পদত্যাগ পত্ৰত তেওঁ লিখে যে, জাতিৰ স্থান আৰু আত্মসন্মান তেওঁৰ বাবে সদায় ওপৰত। বিধায়ক বা নেতা হোৱা তেওঁৰ মূল লক্ষ্য নাছিল। মুছলমান লোকৰ স্বাৰ্থৰ বাবে কাম কৰি যোৱাটোৱেই তেওঁৰ লক্ষ্য বুলি পোষ্ট প্ৰাক্তন আমছু নেতাজনে।

তেওঁ লিখিছে, “জাতিত কৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। সংখ্যালঘু ৰাইজৰ মুখৰ পিনে চাই, কোনোদিনেই মেৰুদণ্ড বেঁকা নকৰাকৈ, জাতিটোৰ স্বাৰ্থত, জাতিটোৰ মেৰুদণ্ড পোনকৈ থিয় কৰাই ৰখাটো মোৰ ৰাজনৈতিক যাত্ৰাৰ একমাত্ৰ লক্ষ্য আছিল । বিধায়ক বা নেতা হোৱা মোৰ মূল লক্ষ্য নাছিল। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে মোৰ ৰাজনৈতিক যাত্ৰা কোনোপধ্যেই সম্ভৱ নহ’ল। অসম আৰু অসমীয়াৰ স্বাৰ্থত, সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম মৰ্যাদা আৰু সম বিকাশ কৰি অসমক আগুৱাই লৈ যোৱাৰ সংকল্পৰে এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলত যোগদান কৰিছিলোঁ। কিন্তু যোগদানৰ দিনাই বৰ অসম আৰু সমন্বয়ৰ বাৰ্তালৈ এটি বক্তৃতা দিওঁতেই বিজেপিৰ জালত ইচ্ছাকৃত ভাৱে ভৰি দি জাতিটোক অপমান কৰিলে দেৱব্ৰতশইকীয়া ডাঙৰীয়া, প্ৰদ্যুত বৰদলৈ ডাঙৰীয়াৰ দৰে কিছু ছদ্মবেশী কংগ্ৰেছ নেতাই I দুৰ্ভাগ্যজনকভাৱে ইয়াত দেখিছো যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দৰে একাংশ বিজেপিৰ এজেণ্টে দলটোক ভিতৰৰ পৰা খুলি খুলি খাই ধ্বংস কৰি আছে। তেওঁলোকে যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ নিদিয়ে আৰু অসমত এখন শক্তিশালী বিকল্প ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন হোৱাৰ পথো ৰুদ্ধ কৰি ৰাখিছে। এই সকলো কথা মোৰ দৃষ্টিগোচৰ হোৱাৰ পাছত মোৰ বিবেকক সৰ্বোচ্চ প্ৰাধান্য দি মই যি ৰাজনৈতিক দলত যোগদান কৰিছিলোঁ, সেই দলৰ পৰা ওলাই অহাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। মোৰ বিবেকে মোক দংশন কৰিলে, কিয়নো বিগত বিশটা বছৰ ধৰি মই কোনো ধৰণৰ আপোচ নকৰাকৈ, কাৰো আগত নত স্বীকাৰ নকৰি, আপোচবিহীনভাৱে জাতীয় সংগ্ৰাম কৰি আহিলোঁ। সেই একেই নীতি আৰু আদৰ্শত অটল থাকি মই এইবাৰো আপোচ নকৰাকৈ মোৰ এই কঠিন চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। মোৰ আত্মসন্মান আৰু মোৰ বিশটা বছৰৰ সংগ্ৰামক বিজেপিৰ হৈ কাম কৰা শইকীয়া ডাঙৰীয়াই আঙুলি তুলিব সেয়া মোৰ বাবে সহ্য কৰ নহয়। প্ৰদৃুৎ বৰদলৈ ডাঙৰীয়া আপুনি সংখ্যালঘুৰ জাতীয় সংগঠনৰ সভাপতিক চিনি পোৱা নাই আপোনাক এইবাৰ সংখ্যালঘু ৰাইজে ভোটৰে চিনাকি কৰাই দিব । আগন্তুক দিনকেইটাত অসমৰ সংখ্যালঘু ৰাইজ আৰু মই এৰি অহা সংগ্ৰামী পৰিয়ালটোৱেই মোৰ ভৱিষ্যতৰ দায়িত্ব ল’ব বুলি মই দৃঢ়ভাৱে আশা কৰিলোঁ। এই মুহূৰ্তত মই কোনো ধৰণৰ ৰাজনৈতিক চিন্তা-চৰ্চা নকৰোঁ।সকলোকে এই মুহূৰ্তত ৰাজনৈতিক কথা লৈ যোগাযোগ নকৰিবলৈ আহ্বান জনালোঁ।”

Tags: #Assam#Congress

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025