• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাকৰিৰ বজাৰ পতা ৰাকেশ পাল পুনৰ যাব লাগিব জে’ললৈ; ৩৩ জনক দোষী সাব্যস্ত আদালতৰ

১১ জনক দোষমুক্ত আদালতৰ

Nation NE by Nation NE
July 22, 2024
in Top News, অসম
0 0
চাকৰিৰ বজাৰ পতা ৰাকেশ পাল পুনৰ যাব লাগিব জে’ললৈ; ৩৩ জনক দোষী সাব্যস্ত আদালতৰ
Share on FacebookShare on TwitterWhatsApp

বহু চৰ্চিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে আদালতে। আদালতৰ ৰায়ত ৰাকেশ পালসহ ৩২ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হ’ল। ইফালে, ১১ জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে আদালতে। PC আইনৰ ৭ নং ধাৰাৰ অধীনত ৰাকেশ পাল, বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ নিৰ্দেশ আদালতৰ।

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰে ৰাকেশ পালসহ ৩৩ জন অভিযুক্তক। দোষী সাব্যস্ত কৰা সকলো লোকে আদালতৰ পৰাই যাব লাগিব কাৰাগাৰলৈ।

আনহাতে, কুনাল দাস, বিউটী গগৈ, ফিৰোজ মৰাণ, ছেইজালী জহৰী, ধৃতিমান ৰয়, মুছাৰফ হুছেইন, কৌশিল কলিতা, বিকাশ পিঞ্চা, জ্যোতিবন দত্ত, মৌচুমী শইকীয়াক দোষমুক্ত ঘোষণা কৰিলে আদালতে। আদালতে দোষী সাব্যস্ত কৰা লোকসকলে হেৰুওৱাব চাকৰি।

উল্লেখ্য যে, ২০১৬ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া খানাপাৰাত থকা এ পি এছ চিৰ কাৰ্যালয়ৰ পৰা ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত এ পি এছ চিৰ কেলেংকাৰী গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে দায়িত্বত আছিল ডিব্ৰুগড় জিলাৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বতেই ৰাকেশ পালৰ লগতে কেলংকাৰীৰ সৈতে জড়িত বহুতো ৰাজপত্রিত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই আদালতত বিচাৰধীন হৈ আছিল গোচৰ।

অকল ইমানেই নহয় অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থাকোতে আয়োগৰ বৰঘৰত চাকৰিৰ বজাৰ মেলিছিল ৰাকেশ পাল বাহিনীয়ে। দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালক গ্ৰেপ্তাৰৰ পাছত আয়োগৰ সদস্য-পৰীক্ষাৰ নিয়ন্ত্ৰক গ্ৰেপ্তাৰ হৈছিল ডিব্ৰুগড় আৰক্ষীৰ হাতত। পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী আৰক্ষীয়ে ৰাকেশ পালৰ পৰা চাকৰি ক্ৰয় কৰা ৬০ জন বিষয়া, দালাল, মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছিল।

ইফালে ডিব্ৰুগড় আৰক্ষীৰ হাতত বন্দী হৈ থকা সময়তে পুনৰ এ পি এছ চিৰ অধীনৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত ৰাকেশ পালৰ বিৰুদ্ধে ভঙাগড় থানাত ১৫৯/১৭ নম্বৰত গোচৰ ৰুজু হৈছিল।

ডিব্ৰুগড় থানাত ৰুজু হোৱা ৯৩৬/১৬ নম্বৰৰ গোচৰত ৰাকেশ পালে ইতিমধ্যে জামিন লাভ কৰিছিল। ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ বাহিৰে আন সকলো গোচৰত ইতিমধ্যে জামিন লাভ কৰিছিল ৰাকেশ পালে।

Tags: APSCCorruptionRakesh Pal

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 3, 2026
কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026
ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025