• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় ক্ৰিকেটাৰক ইতিকিং, বিপদত পাকিস্তানী বলাৰ!

Nation NE by Nation NE
March 8, 2025
in Top News, ক্ৰীড়া
0 0
ভাৰতীয় ক্ৰিকেটাৰক ইতিকিং, বিপদত পাকিস্তানী বলাৰ!
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। এই খেলখত ভাৰতীয় দলটোৱে জয়লাভ কৰে। কিন্তু এই মেচত এজন পাকিস্তানী খেলুৱৈয়ে লোৱা উইকেট লৈ উদযাপন কৰে।

এই ঘটনাৰ পিছতেই খেলুৱৈগৰাকীক ছ’চিয়েল মিডিয়াত যথেষ্ট ট্ৰ’ল কৰা হয়। এনে পৰিস্থিতিত এইগৰাকী খেলুৱৈয়ে নিজৰ ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰে।

ভাৰত-পাকিস্তানৰ খেলখনত  ৫২টা বলত ৪৬ ৰানৰ ইনিংছ খেলি আউট হৈছিল তাৰকা বেটছমেন শুভমন গীল। তেওঁক আউট কৰে পাকিস্তানৰ স্পিনাৰ আব্ৰাৰ আহমেদে। ইয়াৰ পিছতে আব্ৰাৰ আহমেদে উইকেট লোৱা মুহূৰ্ত উদযাপন কৰি ডিঙি ঘূৰাই বাৰে বাৰে গীলক বাহিৰলৈ যাবলৈ ইংগিত দিছিল। আব্ৰাৰৰ এই ব্যৱহাৰত ক্ষুন্ন হৈ পৰে ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকল।

পিছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শুভমন গীলৰ উইকেট উদযাপনৰ সন্দৰ্ভত আব্ৰাৰ আহমেদে কয় যে, এইয়া তেওঁৰ ষ্টাইল হয়। তেওঁ একো ভুল কৰা নাই। ইয়াৰ পিছতো যদি কোনোবাই আঘাত পাইছে তেন্তে ইয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে। তেওঁৰ উদ্দেশ্য কাকো আঘাত দিয়া নহয়।

Tags: #cricketPakistanSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025