• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে টীম ইণ্ডিয়ালৈ BCCI ৰ ফালৰ পৰা কোটি টকাৰ উপহাৰ

Nation NE by Nation NE
March 20, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে টীম ইণ্ডিয়ালৈ BCCI ৰ ফালৰ পৰা কোটি টকাৰ উপহাৰ
Share on FacebookShare on TwitterWhatsApp

৯ মাৰ্চত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ বিজয়ী হয় টীম ইণ্ডিয়া। এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে ভাৰতীয় দলটো চেম্পিয়ন হয়। এই ঐতিহাসিক জয়ৰ উদযাপনৰ বাবে BCCI য়ে সমগ্ৰ দলটোৰ ওপৰত টকাৰ বৰষুণ কৰিছে।

২০ মাৰ্চত ব’ৰ্ডে প্ৰতিযোগিতাখনৰ লগত জড়িত দলৰ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীকে ধৰি সকলো সদস্যৰ বাবে ৫৮ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। BCCI য়ে নিজৰ বিবৃতিত প্ৰতিযোগিতাৰ সময়ছোৱাত ৰোহিত শৰ্মাকে ধৰি সকলো খেলুৱৈকে প্ৰচণ্ড প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

BCCI য়ে এক বিবৃতিযোগে এই পুৰস্কাৰৰ কথা ঘোষণা কৰে। ব’ৰ্ডে কয় যে, অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে প্ৰতিযোগিতাখনত নিজৰ আধিপত্য বজাই ৰাখিছিল। চাৰিটা শক্তিশালী জয়ৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটোৱে। বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰি দলটোৱে অভিযান আৰম্ভ কৰে। তাৰ পিছত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰে।

ব’ৰ্ডে লগতে কয় যে, আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ জয় কৰাৰ পিছত টিম ইণ্ডিয়াৰ বাবে ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি BCCI যথেষ্ট আনন্দিত। খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী আৰু বাছনি সমিতিৰ সদস্যসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে যদিও কিমান টকা কাক দিয়া হ’ব সেই কথা ব’ৰ্ডে প্ৰকাশ কৰা নাই।

Tags: #BCCI#cricketIPLSports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025