• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে টীম ইণ্ডিয়ালৈ BCCI ৰ ফালৰ পৰা কোটি টকাৰ উপহাৰ

Nation NE by Nation NE
March 20, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে টীম ইণ্ডিয়ালৈ BCCI ৰ ফালৰ পৰা কোটি টকাৰ উপহাৰ
Share on FacebookShare on TwitterWhatsApp

৯ মাৰ্চত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ বিজয়ী হয় টীম ইণ্ডিয়া। এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে ভাৰতীয় দলটো চেম্পিয়ন হয়। এই ঐতিহাসিক জয়ৰ উদযাপনৰ বাবে BCCI য়ে সমগ্ৰ দলটোৰ ওপৰত টকাৰ বৰষুণ কৰিছে।

২০ মাৰ্চত ব’ৰ্ডে প্ৰতিযোগিতাখনৰ লগত জড়িত দলৰ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীকে ধৰি সকলো সদস্যৰ বাবে ৫৮ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। BCCI য়ে নিজৰ বিবৃতিত প্ৰতিযোগিতাৰ সময়ছোৱাত ৰোহিত শৰ্মাকে ধৰি সকলো খেলুৱৈকে প্ৰচণ্ড প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

BCCI য়ে এক বিবৃতিযোগে এই পুৰস্কাৰৰ কথা ঘোষণা কৰে। ব’ৰ্ডে কয় যে, অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে প্ৰতিযোগিতাখনত নিজৰ আধিপত্য বজাই ৰাখিছিল। চাৰিটা শক্তিশালী জয়ৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটোৱে। বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰি দলটোৱে অভিযান আৰম্ভ কৰে। তাৰ পিছত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰে।

ব’ৰ্ডে লগতে কয় যে, আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ জয় কৰাৰ পিছত টিম ইণ্ডিয়াৰ বাবে ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি BCCI যথেষ্ট আনন্দিত। খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী আৰু বাছনি সমিতিৰ সদস্যসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে যদিও কিমান টকা কাক দিয়া হ’ব সেই কথা ব’ৰ্ডে প্ৰকাশ কৰা নাই।

Tags: #BCCI#cricketIPLSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025