• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BCCIৰ ডাঙৰ সিন্ধান্ত, এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই!

Nation NE by Nation NE
May 19, 2025
in Top News, ক্ৰীড়া
0 0
BCCIৰ ডাঙৰ সিন্ধান্ত, এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই!
Share on FacebookShare on TwitterWhatsApp

এছিয়া কাপ ২০২৫ সন্দৰ্ভত ওলাইছে এক ডাঙৰ প্ৰতিবেদন। বিচিচিআইয়ে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী পাকিস্তানৰ মহছিন নাকভিক জনাইছে যে ভাৰতীয় দলটোৱে এছিয়া কাপত অংশগ্ৰহণ নকৰে।

এক প্ৰতিবেদনযোগে পোহৰলৈ আহিছে যে, জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ইমাৰ্জিং এছিয়া কাপত তেওঁলোকৰ মহিলা দলক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় আৰু ২০২৫ চনৰ পুৰুষৰ এছিয়া কাপতো টীম ইণ্ডিয়াই অংশগ্ৰহণ নকৰে বুলি বিচিচিআইয়ে জনায়।

খবৰ ওলাইছে যে ভাৰতীয় দলটোৱে এছিয়া কাপ ২০২৫ত অংশগ্ৰহণ নকৰে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইয়াৰ আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। উল্লেখ্য যে, পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে শেহতীয়াকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত সামৰিক অভিযান চলাইছিল, যাৰ নাম আছিল ‘অপাৰেচন সেন্দুৰ’।

ইয়াৰ বাবেই এতিয়া খবৰ ওলাইছে যে বিচিচিআইয়ে আৰু ভাৰতীয় দলটোক এচিচিয়ে আয়োজন কৰা আৰু যাৰ মুৰব্বী পাকিস্তানৰ মন্ত্ৰী এই প্ৰতিযোগিতাখনৰ বাবে পঠিয়াব নিবিচাৰে।

উল্লেখ্য যে, শেষৰখন এছিয়া কাপ ২০২৩ চনত অনুষ্ঠিত হৈছিল, য’ত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি জয়লাভ কৰিছিল। বিশ্বাস কৰা হয় যে এছিয়া কাপৰ পৃষ্ঠপোষকসকলৰ অধিকাংশই ভাৰতৰ, সেয়েহে বিচিচিআইৰ এই সিদ্ধান্তৰ বাবে এই প্ৰতিযোগিতা বাতিল হ’ব পাৰে।

বিগত পাকিস্তানত এছিয়া কাপ অনুষ্ঠিত হৈছিল যদিও বিচিচিআইয়ে নিজৰ দলটো পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল, সেয়েহে প্ৰতিযোগিতাখন ‘হাইব্ৰিড মডেল’ত অনুষ্ঠিত হৈছিল। নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটোৱে শ্ৰীলংকাত সকলো খেল খেলিছিল।

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025