• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BCCIৰ ডাঙৰ সিন্ধান্ত, এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই!

Nation NE by Nation NE
May 19, 2025
in Top News, ক্ৰীড়া
0 0
BCCIৰ ডাঙৰ সিন্ধান্ত, এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই!
Share on FacebookShare on TwitterWhatsApp

এছিয়া কাপ ২০২৫ সন্দৰ্ভত ওলাইছে এক ডাঙৰ প্ৰতিবেদন। বিচিচিআইয়ে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী পাকিস্তানৰ মহছিন নাকভিক জনাইছে যে ভাৰতীয় দলটোৱে এছিয়া কাপত অংশগ্ৰহণ নকৰে।

এক প্ৰতিবেদনযোগে পোহৰলৈ আহিছে যে, জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ইমাৰ্জিং এছিয়া কাপত তেওঁলোকৰ মহিলা দলক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় আৰু ২০২৫ চনৰ পুৰুষৰ এছিয়া কাপতো টীম ইণ্ডিয়াই অংশগ্ৰহণ নকৰে বুলি বিচিচিআইয়ে জনায়।

খবৰ ওলাইছে যে ভাৰতীয় দলটোৱে এছিয়া কাপ ২০২৫ত অংশগ্ৰহণ নকৰে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইয়াৰ আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। উল্লেখ্য যে, পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে শেহতীয়াকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত সামৰিক অভিযান চলাইছিল, যাৰ নাম আছিল ‘অপাৰেচন সেন্দুৰ’।

ইয়াৰ বাবেই এতিয়া খবৰ ওলাইছে যে বিচিচিআইয়ে আৰু ভাৰতীয় দলটোক এচিচিয়ে আয়োজন কৰা আৰু যাৰ মুৰব্বী পাকিস্তানৰ মন্ত্ৰী এই প্ৰতিযোগিতাখনৰ বাবে পঠিয়াব নিবিচাৰে।

উল্লেখ্য যে, শেষৰখন এছিয়া কাপ ২০২৩ চনত অনুষ্ঠিত হৈছিল, য’ত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি জয়লাভ কৰিছিল। বিশ্বাস কৰা হয় যে এছিয়া কাপৰ পৃষ্ঠপোষকসকলৰ অধিকাংশই ভাৰতৰ, সেয়েহে বিচিচিআইৰ এই সিদ্ধান্তৰ বাবে এই প্ৰতিযোগিতা বাতিল হ’ব পাৰে।

বিগত পাকিস্তানত এছিয়া কাপ অনুষ্ঠিত হৈছিল যদিও বিচিচিআইয়ে নিজৰ দলটো পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল, সেয়েহে প্ৰতিযোগিতাখন ‘হাইব্ৰিড মডেল’ত অনুষ্ঠিত হৈছিল। নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটোৱে শ্ৰীলংকাত সকলো খেল খেলিছিল।

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025