• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শচীন আৰু ডন ব্ৰেডমেনকো চেৰ পেলায় পাৰ্থত বিৰাটৰ বিজয় পতাকা

Nation NE by Nation NE
November 24, 2024
in Top News, ক্ৰীড়া
0 0
বিৰাট কোহলীক লৈ ক্ষোভিত অনুৰাগী, ১৫ মাহত নাই কোনো শতক
Share on FacebookShare on TwitterWhatsApp

৬ বছৰৰ পাছত টেষ্ট ক্ৰিকেটলৈ উভতি আহিছে বিৰাট কোহলী। দীৰ্ঘদিন ধৰি দীঘলীয়া ইনিংছত ভাল প্ৰদৰ্শন কৰিব নোৱাৰা বিৰাটে পাৰ্থত এই অপেক্ষাৰ অন্ত পেলায়।

অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলৰ তৃতীয় দিনা বিৰাট কোহলীয়ে এক উজ্জ্বল শতক অৰ্জন কৰে। দ্বিতীয় ইনিংছত যশস্বী জয়ছৱাল আৰু কে এল ৰাহুলৰ উৎকৃষ্ট আৰম্ভণিৰ পাছত বিৰাটে দায়িত্ব লয় আৰু টেষ্ট কেৰিয়াৰৰ ৩০তম শতক অৰ্জন কৰে। এই শতকৰ লগে লগে বিৰাটে শচীন টেণ্ডুলকাৰ আৰু ডন ব্ৰেডমেনৰ দৰে শ্ৰেষ্ঠ বেটছমেনকো চেৰ পেলায়।

বিৰাট কোহলীয়ে বহু সময় ধৰি এনে এটা ইনিংছৰ বাবে অপেক্ষা কৰি আছিল আৰু তেওঁৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল। এনে পৰিস্থিতিত তেওঁ অষ্ট্ৰেলিয়াত এই অপেক্ষাৰ অন্ত পেলাব বুলি আশা কৰা হৈছিল, কাৰণ তেওঁ অষ্ট্ৰেলিয়াত সদায় ভাল প্ৰদৰ্শন দি আহিছে।

প্ৰথম ইনিংছত মাত্ৰ ৫ ৰানৰ বাবে আউট হোৱা কোহলীয়ে দ্বিতীয় ইনিংছত কামবেক কৰি ৪৯১ দিনৰ অন্তত টেষ্ট ক্ৰিকেটত শতকীয় খৰাং পৰিস্থিতিৰ অন্ত পেলায়। এই ইনিংছৰ জৰিয়তে বিৰাটেও কিছু উৎকৃষ্ট অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

টেষ্ট কেৰিয়াৰৰ ৩০তম শতক অৰ্জন কৰিছে বিৰাট কোহলিয়ে। এইদৰে তেওঁ টেষ্টত ৩০টা বা তাতকৈ অধিক শতক অৰ্জন কৰা চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে শচীন তেণ্ডুলকাৰ (৫১), ৰাহুল দ্ৰাবিড় (৩৬) আৰু সুনীল গাভাস্কৰে (৩৪) এই কৃতিত্ব কৰিছিল।

এই শতকৰ লগে লগে বিৰাট কোহলীয়ে চেৰ পেলায় সৰ্বশ্ৰেষ্ঠ বেটছমেন ছাৰ ডন ব্ৰেডমেনক। ব্ৰেডমেনে ২৯টা শতক অৰ্জন কৰিছিল।

লগতে, অষ্ট্ৰেলিয়াৰ মাটিত বিৰাট কোহলীৰ এয়া সপ্তম টেষ্ট শতক, যিটো যিকোনো ভাৰতীয় বেটছমেনৰ সৰ্বাধিক। শচীনৰ অভিলেখ ভংগ কৰিলে বিৰাটে।

অষ্ট্ৰেলিয়াৰ মাটিত সৰ্বাধিক শতক অৰ্জন কৰা বিদেশী খেলুৱৈৰ ক্ষেত্ৰত বিৰাট কোহলী দ্বিতীয় স্থানত আছে। তেওঁৰ সন্মুখত আছিল ইংলেণ্ডৰ মহান বেটছমেন জেক হবছ (১১)।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰত নৱম শতক অৰ্জন কৰে বিৰাট কোহলীয়ে। একে সময়তে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শচীনৰ অভিলেখৰ সমান কৰিছে। দুয়োৰে নামত এতিয়া ৯-৯ শতিকা।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২০০০ ৰান সম্পূৰ্ণ কৰা পঞ্চমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় বিৰাট কোহলি। তেওঁৰ পূৰ্বে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, ভি ভি এছ লক্ষ্মণ আৰু চেতেশ্বৰ পূজাৰাই এই কাম কৰিছে।

Tags: #cricketBorder-Gavaskar TrophySports

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025