• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসহ্যকৰ গৰম; কিন্তু বতৰ বিজ্ঞান বিভাগে অসমৰ বাবে দিলে ভাল খবৰ

Nation NE by Nation NE
September 21, 2024
in Top News, অসম
0 0
অসহ্যকৰ গৰম; কিন্তু বতৰ বিজ্ঞান বিভাগে অসমৰ বাবে দিলে ভাল খবৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এইবাৰ দেশৰ বিভিন্ন প্ৰান্তত হোৱা অতিবৃষ্টিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক। বিগত কেইবাদিন ধৰি কেইবাখনো ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন।

উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বৰষুণে কালৰূপ ধাৰণ কৰাৰ বিপৰীতে বিগত কিছুদিনৰ পৰা অসহ্যকৰ গৰমৰ বাবে অতিষ্ঠ হৈ পৰিছে অসমৰ জনসাধাৰণ। গৰমৰ বাবে ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে।

কোনো কোনো প্ৰান্তত বৰষুণ আৰু অসমত গৰমে কালৰূপ ধাৰণ কৰাৰ মাজতে ধুমুহা, ঘূৰ্ণী বতাহ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে।

আগন্তুক এসপ্তাহত ক’ত বৰষুণৰ সম্ভাৱনা আছে জানো আহক?

২১ ছেপ্টেম্বৰত উত্তৰ আন্দামান সাগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ওপৰত ধুমুহা, ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে আৰু তাৰ পিছত উত্তৰ-পশ্চিম দিশলৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে ২৩ ছেপ্টেম্বৰৰ পৰা বংগ উপসাগৰৰ উত্তৰ-পশ্চিম আৰু মধ্য পশ্চিম অংশত নিম্ন চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত উত্তৰ-পূব ৰাজস্থানতো ঘূৰ্ণীবতাহ, ধুমুহাৰ প্ৰভাৱ দেখা পোৱা যাব পাৰে।

২৩ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ বিহাৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অসম, জম্মু-কাশ্মীৰ, ওড়িশা, ছত্তীশগড়, ঝাৰখণ্ড, মেঘালয়, নাগালেণ্ড, অৰুণাচল আদি ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

Tags: #AssamHeat WaveHeavy RainIMD

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025