• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিমান দিনলৈ শ্বাসৰুদ্ধ হৈ থাকিব দিল্লী? ১০ অঞ্চলত ৪০০ অতিক্ৰম কৰিলে AQI

Nation NE by Nation NE
November 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কিমান দিনলৈ শ্বাসৰুদ্ধ হৈ থাকিব দিল্লী? ১০ অঞ্চলত ৪০০ অতিক্ৰম কৰিলে AQI
Share on FacebookShare on TwitterWhatsApp

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু এন চি আৰ এলেকাত বায়ু প্ৰদূষণ বিপদজনক পৰিস্থিতিত অব্যাহত আছে। বৰ্তমান দিল্লীৰ দিল্লীৰ বতাহ বিষাক্ত হৈ পৰিছে।বৃহস্পতিবাৰে পুৱা ইয়াত বায়ুৰ গুণাগুণ সূচকাংক ৩৮৪ হয়।

দিল্লীৰ বাৱানা, অশোক বিহাৰ, আনন্দ বিহাৰ, আলিপুৰ, নেহৰু নগৰ, দ্বাৰকা, জাহাংগীৰপুৰী, মুণ্ডকা, নাৰেলা, শদিপুৰ আৰু পাঞ্জাবী বাঘত ৪০০ৰ ওপৰত একিউআই ৰেকৰ্ড কৰা হৈছে।

বিষাক্ত বতাহৰ বাবে দিল্লীত বন্ধ কৰি দিয়া হৈছে স্কুল-কলেজ। চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দিল্লী চৰকাৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কৃত্ৰিম বৰষুণ কৰাৰ কথাও চিন্তা কৰিছে।

দিল্লী-এনচিআৰৰ বায়ু অত্যন্ত বিষাক্ত হৈয়েই আছে। যাৰ বাবে জনসাধাৰণে বিপদজনক বায়ু প্ৰদূষণৰ আক্ৰমণৰ সন্মুখীন হৈছে।দিল্লী চৰকাৰে জলবায়ুৰ উন্নতিৰ বাবে বহু আঁচনিৰ কাম কৰি আছে। বায়ু প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত প্ৰথমে ৰাজধানীত গ্ৰেপ-১ কাৰ্যকৰী কৰা হৈছিল, তাৰ পিছত বায়ুৰ গুণাগুণ অবিৰত বেয়া হোৱাৰ বাবে দিল্লীত গ্ৰেপ-৪ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। বিগত দুদিন ধৰি বায়ুৰ গুণাগুণ সূচকাংকত সামান্য উন্নতি ঘটিছে। অৱশ্যে দিল্লীৰ AQI এতিয়াও বিপদজনক শিতানতেই আছে।

ফটকাৰ অনলাইন বিক্ৰী তৎক্ষণাত বন্ধ কৰাৰ নিৰ্দেশনা

দিল্লীৰ বায়ুৰ গুণাগুণ উন্নত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে ই-কমাৰ্চ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক ৰাষ্ট্ৰীয় ৰাজধানীত ফটকাৰ অনলাইন বিক্ৰী অনতিপলমে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীৰ গ্ৰাহকক ফটকা বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে। তথ্য অনুসৰি, বিগত ১৪ অক্টোবৰত দিল্লী চৰকাৰে জাৰি কৰা আদেশৰ অধীনত অহা বছৰৰ ১ জানুৱাৰীলৈকে ৰাষ্ট্ৰীয় ৰাজধানীত সকলো ধৰণৰ ফটকা নিৰ্মাণ, মজুত আৰু ফাটি যোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে জনোৱা মতে, ১৯ নৱেম্বৰত ই-কমাৰ্চ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈ ই-মেইলৰ জৰিয়তে নিৰ্দেশনা জাৰি কৰা হৈছে।

দিল্লীৰ এই অঞ্চলসমূহত বিপজ্জনক শিতানত AQI-

বৃহস্পতিবাৰে পুৱা ৫ বজাত দিল্লীৰ বায়ুৰ গুণাগুণৰ গড় সূচকাংক ৩৮৪ত ৰেকৰ্ড কৰা হয়। দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ গুণাগুণ সূচকাংকৰ কথা ক’বলৈ গ’লে পুৱা ৫ বজাত আনন্দ বিহাৰৰ একিউআই ৪০৯, আলিপুৰ ৪১৩, অশোক বিহাৰ ৪১৮, বাৱানা ৪২৩, কৰ্ণী সিং শ্বুটিং ৰেঞ্জ ৩৭৩, দ্বাৰকা ৪০৮, আইজিআই ৩৭৭, আইটিঅ’ ৩৬১, জাহাংগীৰপুৰী। ৪৩৯, মন্দিৰ মাৰ্গ ৩৭১, মুণ্ডকা ৪১৯, নাজাফগড় ৩৭৩, নৰেলা ৪০১, পাঞ্জাবী বাগ ৪১১, পাটপাৰগঞ্জ ৩৮৮, ওখলা ৩৮৩, আৰ কে পুৰম ৩৯৪, দ্বাৰকা ৩৭০, নেহৰু নগৰ ৪১০ আৰু শদিপুৰ ৪১৩।

Tags: #DelhiAir pollutionAQI

Related Posts

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ
Top News

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025