• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লী বিধানসভা নিৰ্বাচনত AAP-ৰ মূৰৰ কামোৰণি হ’ব পাৰে নীতিশ-চিৰাগৰ যুটী!

Nation NE by Nation NE
December 24, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দিল্লী বিধানসভা নিৰ্বাচনত AAP-ৰ মূৰৰ কামোৰণি হ’ব পাৰে নীতিশ-চিৰাগৰ যুটী!
Share on FacebookShare on TwitterWhatsApp

অহা বছৰ দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। ইতিমধ্যে তিনিটা ডাঙৰ দল বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে।

সূত্ৰ অনুসৰি শাসনাধিষ্ঠ আপক পৰাভূত কৰিবলৈ বিজেপিৰ মিত্ৰ দল জনতা দল ইউনাইটেড (জেডিইউ) আৰু লোক জনশক্তি পাৰ্টিয়েও নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। ইয়াৰ আঁৰৰ কাৰণ হ’ল এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত পূৰ্বাঞ্চল আৰু বিহাৰী ভোটাৰক লৈ চলা যথেষ্ট চৰ্চা।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউয়ে দুখন আসনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে এলজেপি (ৰাম বিলাস)ই এখন আসনত অৱতীৰ্ণ হ’ব পাৰে। দিল্লীৰ বুৰাড়ী আৰু সংগম বিহাৰ বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব জেডিইউৰ প্ৰাৰ্থীয়ে। অৱশ্যে ইয়াৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই যদিও শীঘ্ৰে এই সন্দৰ্ভত জেডিইউ আৰু বিজেপি নেতাৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, বুৰাড়ী বিধানসভাৰ আসনৰ পৰা জেডিইউৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। ইয়াত আম আদমি পাৰ্টিৰ সঞ্জীৱ ঝাই যোৱা ২০২০ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। তেওঁ ১৩৯,৫৯৮টা ভোট লাভ কৰাৰ বিপৰীতে জে ডি ইউৰ শৈলেন্দ্ৰ কুমাৰে ৫১,৪৪০টা আৰু এছ এইচ এছৰ ধৰমবীৰে ১৮,০৪৪টা ভোট লাভ কৰে।

দিল্লীত আম আদমি পাৰ্টিৰ চৰকাৰ। বিজেপিয়ে পূৰ্বাঞ্চলী আৰু বিহাৰীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে আপে। অৱশ্যে আপৰ অভিযোগ প্ৰতিহত কৰাত বিজেপিও এতিয়া অতি আগ্ৰাসী হৈ পৰিছে। আপক প্ৰত্যুত্তৰত কয় যে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে অৰবিন্দ কেজৰিৱালে কৰ’ণাৰ সময়ত বিহাৰীবাসীক উভতি যাবলৈ কৈছিল। বিহাৰৰ ৰাইজক কেজৰিৱালৰ জালত নপৰিবলৈও আহ্বান জনাইছে সম্ৰাট চৌধুৰীয়ে।

Tags: #Arvind Kejriwal#DelhiAssembly ElectionChirag PaswanNitish Kumar

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025