• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দীপাৱলী উদযাপন কৰি থকা সময়তে খুড়া-ভতিজাৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ কাণ্ড

      Nation NE by Nation NE
      November 1, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      দীপাৱলী উদযাপন কৰি থকা সময়তে খুড়া-ভতিজাৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ কাণ্ড
      Share on FacebookShare on TwitterWhatsApp

      দীপাৱলীৰ নিশা দিল্লীৰ ফৰ্শ বজাৰ থানা এলেকাৰ শ্বাহদৰাত কোনো দুৰ্বৃত্তই এজন খুড়া আৰু ভতিজাক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দীপাৱলীৰ নিশা খুড়া আৰু ভতিজাই পূজাৰ বাবে ৰাজপথলৈ ওলাই অহাৰ সময়তে অঞ্চলটোৰ এক নম্বৰ বিহাৰী কলনী ষ্ট্ৰীটত এই ঘটনা সংঘটিত হয়।

      জানিব পৰা মতে, স্কুটীত অহা দুজন যুৱকে প্ৰথমে তেওঁলোকৰ ভৰি চুই আশীৰ্বাদ লৈছিল আৰু তাৰ পিছত পিষ্টল উলিয়াই আক্ৰমণ কৰে। এই আক্ৰমণত দুয়োৰে থিতাতে মৃত্যু হয়। নিহত দুজন আকাশ আৰু ঋষভ বুলি চিনাক্ত কৰা হৈছে।

      ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। লগে লগে দুয়োকে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে মৃত ঘোষণা কৰে।

      সম্প্ৰতি এই ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। এই ভিডিঅ’টোত হালধীয়া কুৰ্তা পায়জামা পিন্ধা দুজন ব্যক্তিয়ে দীপাৱলীৰ বাবে ঘৰৰ বাহিৰত থিয় হৈ থকা দেখা গৈছে।

      এই সময়তে স্কুটী এখন ৰাস্তাত ৰৈ যায়। স্কুটী আৰোহী এজনে প্ৰথমে ৰাস্তাত থিয় হৈ থকা ব্যক্তিজনৰ ভৰি চুই দিয়ে। ইয়াৰ পিছত যেতিয়া সেই ব্যক্তিজন (খুড়া) তেওঁৰ ঘৰৰ ভিতৰলৈ যাবলৈ আৰম্ভ কৰে, তেতিয়া মটৰ চাইকেলেৰে অহা এজন ব্যক্তিয়ে পিষ্টল উলিয়াই তেওঁৰ ওপৰত কেইবা জাই গুলী চলায়। ইয়াৰ পিছত দুয়োজন মটৰ চাইকেল আৰোহীয়ে তাৰ পৰা পলাই যায়।

      লগে লগে দুৰ্বৃত্ত দুজনক কৰায়ত্ত কৰিবলৈ পিছে পিছে দৌৰা ভতিজা জনকো গুলীয়াই হত্যা কৰে। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

      অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

      Tags: #DelhiDiwaliShahdara

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist