• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, August 4, 2025
26 °c
Guwahati
26 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

    শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

      Nation NE by Nation NE
      August 3, 2025
      in Top News, অসম
      0 0
      উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…
      Share on FacebookShare on TwitterWhatsApp

      ডিব্ৰুগড়ৰ বৰবৰুৱাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি পত্নী, কন্যাই হ*ত্যা কৰে এগৰাকী ব্যৱসায়ীক। বিগত ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

      ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহনগাঁৱৰ উদীয়মান ব‍্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংস ভাৱে হ*ত‍্যা কৰে। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী মুল‍্যবান বয়- বস্তু চোৰ কৰি লৈ গৈছিল হ*ত‍্যাকাৰীয়ে। প্ৰথমাৱস্থাত ই এক ডকাইটিৰ ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য।

      জানিব পৰা অনুসৰি, উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হ*ত্যা কৰিছিল। কিন্তু কিয় এই হ*ত্যা*কা*ণ্ড সংঘটিত হৈছিল সেই কথা সঠিককৈ জানিব পৰা হোৱা নাই যদিও ৩ আগষ্টৰ পুৱাই বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী সোনোৱাল গগৈ,  নৱম শ্ৰেণীৰ অধ্যয়নত কন্যা নৱমল্লিকা, কন্যাৰ প্ৰেমিক জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাঙ্গ পাত্ৰক।

      আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক। এই হ*ত্যা*কা*ণ্ড কৰি ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল দুই চুপাৰী কিলাৰে। বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জেৰাৰ পাছতহে এতিয়া হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব পৰা যাব ।‌

      Tags: BusinessmanDibrugarhMurder

      Related Posts

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      August 3, 2025
      বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

      মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

      নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
      Top News

      ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ পদক্ষেপ, এইবাৰ লেবাৰ ষ্টেটিষ্টিকছৰ মুৰব্বীক বৰ্খাস্ত, কিয় এই পদক্ষেপ?

      August 3, 2025
      ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত

      শীৰ্ষ সংবাদ

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

      মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

      নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

      ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ পদক্ষেপ, এইবাৰ লেবাৰ ষ্টেটিষ্টিকছৰ মুৰব্বীক বৰ্খাস্ত, কিয় এই পদক্ষেপ?

      ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist