• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 12, 2025
29 °c
Guwahati
28 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

    ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

    তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিজ্ঞানীসকলৰ ডাঙৰ আৱিষ্কাৰ! এনেদৰেই পৃথিৱীৰ পৰা নাইকিয়া হৈছিল ডাইন’চৰ

      Nation NE by Nation NE
      August 28, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বিজ্ঞানীসকলৰ ডাঙৰ আৱিষ্কাৰ! এনেদৰেই পৃথিৱীৰ পৰা নাইকিয়া হৈছিল ডাইন’চৰ
      Share on FacebookShare on TwitterWhatsApp

      বিজ্ঞানীসকলে ডাইন’চৰৰ নিৰ্মূলৰ ওপৰত এটা ডাঙৰ তথ্য প্ৰকাশ কৰিছে। এটি উল্কাপিণ্ডৰ বাবেই ডাইন’চৰ পৃথিৱীৰ পৰা নাইকীয়া হৈছিল বুলি দাবী কৰে বহুতো বৈজ্ঞানিকে।১৫ আগষ্টত বিজ্ঞান আলোচনী এখনে পৃথিৱীৰ পৰা ডাইন’চৰবোৰক নাইকীয়া কৰা উল্কাপিণ্ডটো ক’ৰ পৰা আহিছিল সেই বিষয়ে বৰ্ণনা কৰি এক প্ৰতিবেদন উপস্থাপন কৰে।

      ৬.৬০ নিযুত বছৰ আগতে পৃথিৱীত আঘাত প্ৰাপ্ত এই উল্কাপিণ্ডটোৱে ইমানেই ধ্বংসলীলাৰ সৃষ্টি কৰিছিল যে, পৃথিৱীৰ পৰা ডাইন’চৰ বংশ নিশ্চিহ্ন হৈ গৈছিল।

      বিজ্ঞানীসকলে কৈছিল যে, এই উল্কাপিণ্ডটো বৃহস্পতি গ্ৰহৰ কক্ষপথৰ পৰা বহু দূৰত সৃষ্টি হৈছিল। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এইবিষয়ে গৱেষণা কৰি আছিল।

      পুৰণি ধ্বংসাৱশেষ অধ্যয়ন কৰি বিজ্ঞানীসকলে ইয়াক কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়, সেইবিষয়ে জানিব পাৰিছিল। এই উল্কাপিণ্ডটো এটা কাৰ্বনেচিয়াছ অৰ্থাৎ চি-প্ৰকাৰৰ উল্কাপিণ্ড আছিল। ইয়াক কাৰ্বনেচিয়াছ বুলি কোৱা হয়, কিয়নো ইয়াত কাৰ্বনৰ মাত্ৰা যথেষ্ট আছিল।

      বহুতো গৱেষণাই দাবী কৰিছে যে, ডাইন’চৰ গ্ৰহাণুৰ দ্বাৰা নহয় কিন্তু ধূমকেতুৰ দ্বাৰাহে নি:শেষ হৈছিল। জাৰ্মানীৰ ক’লোন বিশ্ববিদ্যালয়ৰ ভূ-ৰসায়নবিদ মাৰিঅ’ ফিচাৰ গডডে আৰু তেওঁৰ সহকৰ্মীসকলে এই গৱেষণা কৰাৰ সময়ত ১৫ আগষ্টত এই তথ্য প্ৰকাশ।

      উল্কাপিণ্ড কি?

      উল্কাপিণ্ড হৈছে মহাকাশৰ ধ্বংসাৱশেষৰ এক কঠিন টুকুৰা, যি পৃথিৱীৰ বায়ুমণ্ডল অতিক্ৰম কৰে আৰু পৃথিৱীৰ পৃষ্ঠত পৰে। ইয়াক গ্ৰহাণু বুলিও কোৱা হয়। এইবোৰ এক প্ৰকাৰৰ বহুত ডাঙৰ শিল, যি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। যদিও উল্কাপিণ্ডবোৰে গ্ৰহবোৰৰ দৰেই সূৰ্যক প্ৰদক্ষিণ কৰে, সেইবোৰ গ্ৰহতকৈ যথেষ্ট সৰু।

      Related Posts

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      September 12, 2025
      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা
      আন্তঃ ৰাষ্ট্ৰীয়

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

      September 12, 2025
      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী
      BIG BREAKING

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      September 12, 2025
      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত
      Top News

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      September 12, 2025
      ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
      Top News

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      September 12, 2025

      শীৰ্ষ সংবাদ

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist