• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 11, 2026
26 °c
Guwahati
22 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE by Nation NE
March 11, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Share on FacebookShare on TwitterWhatsApp

ইৰাণ-আমেৰিকা-ইজৰাইল সংঘাতৰ মাজতে ডুবাইত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। ডুবাই মিডিয়া অফিচে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে, কিছু সময়ৰ পূৰ্বে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত দুখন ড্ৰ’ন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনাত ৪জন লোক আহত হয়। সামান্য আহত দুজন ঘানীয়াৰ নাগৰিক, এজন বাংলাদেশী নাগৰিক আৰু এজন ভাৰতীয় নাগৰিক।

এই ড্ৰ’নসমূহৰ উৎপত্তি ইৰাণৰ পৰা হৈছিল নে আন কোনো কাৰণত নিক্ষেপ কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও চলি থকা সংঘাতৰ বাবে ইৰাণৰ ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ বাবে অঞ্চলটোত নিৰাপত্তাজনিত সতৰ্কতা অৱলম্বন কৰা হৈছে। ইউ এ ইৰ এয়াৰ ডিফেন্স চিষ্টেমে বিগত কেইঘণ্টামানৰ ভিতৰত কেইবাটাও ড্ৰ’ন আৰু মিছাইল আটক কৰিছে। ডুবাই বিমানবন্দৰ বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ যদিও বৰ্তমান বিমান সেৱা স্বাভাৱিকভাৱে চলি আছে আৰু ইয়াত কোনো ডাঙৰ ব্যাঘাত হোৱা নাই।

ইউ এ ই, চৌদি আৰব, কাটাৰ, বাহৰেইন, কুৱেইটকে ধৰি উপসাগৰীয় দেশসমূহৰ বিৰুদ্ধে ইৰাণে প্ৰত্যাক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ সময়তে এই কাণ্ড সংঘটিত হৈছে। আবুধাবিৰ ৰুৱাইছ শোধনাগাৰতো ড্ৰ’ন আক্ৰমণৰ ফলত জুই লাগি বন্ধ কৰিবলগীয়া হয়। ভাৰত চৰকাৰ আৰু ডুবাইত থকা ভাৰতীয় দূতাবাসে আহত ভাৰতীয় নাগৰিকজনৰ পৰিস্থিতি নিৰীক্ষণ কৰি প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সাজু হৈছে।

যুদ্ধ আৰম্ভ হোৱাৰ পৰা অৰ্থাৎ ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰাই এই আক্ৰমণ চলি আহিছে।ইৰাণে উপসাগৰীয় দেশসমূহলৈ শ শ মিছাইল-ড্ৰোন মিছাইল নিক্ষেপ কৰাৰ বিপৰীতে ইউ এ ইৰ দৰে দেশসমূহে ইয়াৰে অধিকাংশই বাধা দিছে।

ভাৰত চৰকাৰে ইউ এ ইত বসবাস কৰা ভাৰতীয় নাগৰিকৰ বাবেও এক পৰামৰ্শ জাৰি কৰিছে। ডুবাই আৰু আবুধাবিত বসবাস কৰা ভাৰতীয়সকলক সজাগ হৈ থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি কোনো ভাৰতীয় নাগৰিক আক্ৰান্ত হৈছে তেন্তে ডুবাইত থকা ভাৰতীয় দূতাবাস (+971-4-3971222) বা আবুধাবি (+971-2-4492700)ৰ সৈতে যোগাযোগ কৰা নিৰ্দেশ দিছে।

Tags: #AirportAttackDubaiMissile

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025