• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE by Nation NE
December 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

ED য়ে আলফুৰকান এডুকেশ্যনেল ট্ৰাষ্ট বিকানেৰৰ প্ৰাক্তন সভাপতি মহম্মদ ছাদিক ওৰফে ছাদিক খানক গ্ৰেপ্তাৰ কৰে। ৰাজহুৱা অনুদানৰ বৃহৎ পৰিমাণৰ অপব্যৱহাৰ, অবৈধ নগদ ধনৰ নেটৱৰ্ক চলোৱা, বিদেশত সন্দেহজনক সংযোগ বজাই ৰখা, উগ্ৰবাদৰ সৈতে জড়িত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰখা আদি গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে।

ছাদিক খানক জয়পুৰ ED ৰ দলে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। ইডিয়ে কয় যে, ছাদিকে বৃহৎ পৰিমাণৰ ৰাজহুৱা অনুদানৰ অপব্যৱহাৰ, অবৈধ নগদ ধনৰ নেটৱৰ্ক চলোৱা, বিদেশত সন্দেহজনক সংযোগ বজাই ৰখা, উগ্ৰবাদৰ সৈতে জড়িত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰখাকে ধৰি গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। গ্ৰেপ্তাৰৰ পিছতে ছাদিকক জয়পুৰৰ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক তিনিদিনৰ বাবে ED ৰ জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া ৬ ডিচেম্বৰলৈকে তেওঁক অধিক জেৰা কৰিব ইডিয়ে।

ৰাজস্থান আৰক্ষীৰ দুটা এফআইআৰ আৰু এটা ইনপুটৰ ভিত্তিত ED য়ে এই তদন্ত আৰম্ভ কৰিছিল। অভিযোগ কৰা হৈছে যে ছাদিক উগ্ৰবাদ বিয়পোৱা আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ লগত জড়িত আছিল। বহিঃৰাজ্যৰ কেইবাটাও সন্দেহজনক সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তেওঁৰ একাউণ্টৰ পৰা কোটি কোটি টকাৰ সন্দেহজনক লেনদেন কৰা হৈছিল। হত্যাৰ চেষ্টা আৰু অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগো উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।

ED ৰ তদন্তত প্ৰকাশ পাইছে যে, ছাদিকে আলফুৰকান এডুকেচনেল ট্ৰাষ্ট স্থাপন কৰিছিল, যাৰ জৰিয়তে মছজিদ-ই-আইছাৰ বাবে বৃহৎ পৰিমাণৰ নগদ ধন সংগ্ৰহ কৰা হৈছিল। অৱশ্যে এই অনুদানৰ কোনো ৰেকৰ্ড ৰখা হোৱা নাছিল। ছাদিকে সমগ্ৰ ধন নিজৰ লগত ৰাখিছিল। যিবোৰ তেওঁ বিদেশ ভ্ৰমণ, ব্যক্তিগত খৰচ, অবৈধ কাম-কাজৰ বাবে ব্যৱহাৰ কৰিছিল।

কোনো বৈধ উপাৰ্জন নোহোৱাকৈয়ে বহু বছৰ ধৰি কেৱল জুৱা, অবৈধ সুৰাৰ ব্যৱসায়, দেশত নিৰ্মিত পিষ্টলৰ ব্যৱসায় আদি নগদ ধনৰ ভিত্তিত অবৈধ কাৰ্য্যকলাপৰ জৰিয়তে ধন উপাৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে এক অভিযানত আৰক্ষীয়ে তেওঁৰ পৰা দেশত নিৰ্মিত তিনিটা পিষ্টল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে। তদন্তত প্ৰকাশ পাইছে যে ছাদিকে কেইবাবাৰো বাংলাদেশ, নেপাল, কাটাৰ, ওমান ভ্ৰমণ কৰিছিল। এই ভ্ৰমণসমূহৰ বাবে সংগ্ৰহ কৰা নগদ ধন ব্যৱহাৰ কৰি পুঁজিৰ ব্যৱস্থা কৰা হৈছিল যাৰ বাবে কোনো একাউণ্ট ৰখা হোৱা নাছিল।

ধৰ্ম আৰু সমাজ সেৱাৰ আঁৰত অবৈধ ধন আৰু উগ্ৰ কাৰ্যকলাপৰ প্ৰচাৰ চলাই থকা নেটৱৰ্কসমূহ ভাঙি পেলোৱাৰ দিশত ছাদিকক গ্ৰেপ্তাৰ এক বৃহৎ পদক্ষেপ। বৰ্তমান ED ৰ অধিক তদন্ত অব্যাহত আছে।

Tags: ArrestBikanerEDPresident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025
সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল
Top News

সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025