• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমত পুনৰ এনকাউণ্টাৰ

বোকাখাটত ডকাইতক এনকাউণ্টাৰ

Nation NE by Nation NE
June 21, 2024
in Top News, অসম
0 0
অসমত পুনৰ এনকাউণ্টাৰ

ডকাইতক এনকাউণ্টাৰ অসম আৰক্ষীৰ

Share on FacebookShare on TwitterWhatsApp

অভিযানকাৰী আৰক্ষীক গুলীওৱা ডকাইতক এনকাউণ্টাৰ। বোকাখাতত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

পুৱতি নিশা বোকাখাতত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল তিনিটা দুৰ্ধৰ্ষ ডকাইতে। এই খবৰ লাভ কৰাৰ পিছতে বোকাখাত আৰক্ষীয়ে চলাইছিল অভিযান। দুৰ্ধৰ্ষ ডকাইত বাবু শইকীয়া, পল্লৱ বসুমতাৰী আৰু গৌতম দলে আটক কৰিছে আৰক্ষীয়ে। বোকাখাতত সঘনাই বাইক চুৰি হোৱাৰ ঘটনাৰ আঁত ধৰি বোকাখাত আৰক্ষীয়ে অভিযান চলাইছিল ডকাইত বাবু শইকীয়াৰ ঘৰত। অভিযানৰ সময়তে পল্লৱ বসুমতাৰী নামৰ এটা এটা ডকাইতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। গুলীচালনা কৰাৰ পিছতে পলাবলৈ চেষ্টা কৰিছিল ডকাইত পল্লৱ বসুমতাৰী। লগে লগে আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইথ পল্লৱক ৰুধিবলৈ গুলীচালনা কৰেয আৰক্ষীৰ গুলী ভৰিত লাগি ৰৈ যাবলগীয়া হয় ডকাইত পল্লৱ বসুমতাৰী। ২০২৩ চনত উদয় চাংমা নামৰ এজন শিক্ষকক গুলীয়াই বাইক লৈ উধাও হৈছিল ডকাইত বাবু শইকীয়া, পল্লৱ বসুমতাৰী আৰু গৌতম দলে। এই ঘটনাৰ তদন্ত চলি থকাৰ সময়তে ডকাইত বাবু শইকীয়াৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ সময়তে আৰক্ষীক গুলীয়াইছিল পল্লৱ বসুমতাৰীয়ে। আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছে ডকাইত পল্লৱ বসুমতাৰী। আৰক্ষীৰ ভাষ্য মতে বাবু শইকীয়াসহ ডকাইতৰ দলটোৱে ডকাইিতৰ বাবে খাপ পিটি আছিল বোকাখাতত।

Tags: #bokakhat #docait #assam

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025