• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৫ বছৰৰ দাগ ধুই পেলাব নেকি এইগৰাকী অভিনেতাই? জানো আহক যোৱা ২৫ বছৰৰ অভিজ্ঞতা…

Nation NE by Nation NE
April 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
২৫ বছৰৰ দাগ ধুই পেলাব নেকি এইগৰাকী অভিনেতাই? জানো আহক যোৱা ২৫ বছৰৰ অভিজ্ঞতা…
Share on FacebookShare on TwitterWhatsApp

১০ এপ্ৰিলত মুক্তি পোৱা ছানী দেউলৰ ছবি জাট মুক্তিৰ লগে লগে বক্স অফিচত বহু উপাৰ্জনৰ অভিলেখ ভংগ কৰে। গাদাৰ ২ৰ ২ বছৰৰ পিছত ছবিগৃহলৈ অহা ছানি দেউলৰ একচন হিৰো ইমেজক পুষ্পা ২ৰ দৰে ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰা প্ৰডাকচন হাউছ মৈথ্ৰী মুভি মেকাৰে ভালদৰে পৰিচালনা কৰিছে।

জাটৰ মুকলি, পৰ্যালোচকৰ মৰম আৰু ছবিখনে লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে আকৌ এবাৰ ছানী দেউলে বক্স অফিচত নতুন অভিলেখ গঢ়িবলৈ ওলাইছে।

২৫ বছৰৰ ইতিহাসলৈ চালে যদিও ছানী দেউলৰ বৰ্তমানৰ ছবিবোৰৰ অৱস্থা যথেষ্ট হতাশাজনক, কিন্তু এই ছবিখনে সফলতাৰ শিখৰলৈ যাব বুলি আশা কৰা হৈছে।

২৫ বছৰত ছানী দেউলৰ ছবিৰ সফলতাৰ হাৰ-

বিগত ২৫ বছৰৰ ভিতৰত ছানী দেউলৰ ৩৭ সংখ্যক ছবি হৈছে জাট। ইয়াৰ পূৰ্বে তেওঁ কৰা ৩৬খন ছবিৰ ভিতৰত ৩১খন ছবি ফ্লপ আৰু মাত্ৰ ৫খন ছবি হিট বা ব্লকবাষ্টাৰ আছিল। তেওঁৰ সফলতাৰ হাৰ হিচাপ কৰিলে তেওঁৰ ৮৬ শতাংশতকৈ অধিক ছবি ফ্লপ হৈছে। আনহাতে প্ৰায় ১৩ৰ পৰা ১৪ শতাংশ ছবিহে হিট হৈছে।

তেওঁৰ হিট বা ব্লকবাষ্টাৰ ছবিবোৰ হৈছে- গড্ডাৰ (২০০১), ইণ্ডিয়ান (২০০১), অপনে (২০০৭), য়মলা পগলা দীৱানা (২০১১), গড্ডাৰ ২ (২০২৩)

ইফালে প্ৰথম দিনাই বক্স অফিচত জাটে ১০ কোটি টকা সংগ্ৰহ কৰিলে। প্ৰায় ১০০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ছবিখনে সপ্তাহটোৰ শেষৰ ফালে বাজেটৰ আধাতকৈও অধিক ধন আদায় কৰিব বুলি আশা কৰা হৈছে।

ছানী দেওলৰ এই ছবিখনৰ পিছত বহু ছবিৰ মুক্তি হ’বলৈ গৈ আছে। ইয়াৰে আটাইতকৈ প্ৰত্যাশিত ছবিখন হৈছে আমিৰ খান প্ৰডাকচনৰ অধীনত নিৰ্মিত লাহোৰ ১৯৪৭ চনৰ ছবিখন। ইয়াৰ পিছত বৰ্ডাৰ ২ৰ দৰে আন এখন ডাঙৰ ছবিও তেওঁৰ হাতত আছে।

Tags: EntertainmentsJAATMovie

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025