• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

Nation NE by Nation NE
July 29, 2025
in Top News, অসম
0 0
আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান
Share on FacebookShare on TwitterWhatsApp

আজিৰ পৰা অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ কৰিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে উৰিয়ামঘাটত উপস্থিত হৈছে দুই হেজাৰৰো অধিক অসম আৰক্ষী জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী। সাজু কৰা হৈছে ১০০ কৈও অধিন এক্সেভেটৰ।

জানিব পৰা মতে, অসম নগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২৬৪৮ টা বাসগৃহত চলিব প্ৰশাসনৰ বুলড’জাৰ। উচ্ছেদৰ তালিকাত থকা গাওঁসমূহৰ হ’ল- সোনাৰীবিল টোপ , ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী, গেলাজান।

ইফালে এই উচ্ছেদ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন জিলাৰ শ শ নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰা হৈছে। কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদি বহু বিষয়া আহি উপস্থিত হৈছে সৰুপথাৰত।

এই উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সেভেটৰ। বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰশাসনৰ প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

Tags: EviactionGolaghatUriamghat

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025