• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, October 20, 2025
26 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কানপুৰত ৰখাই থোৱা স্কুটীত ভয়ংকৰ বিস্ফোৰণ; মহিলাসহ ৮ গৰাকী লোক আহত

Nation NE by Nation NE
October 8, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
কানপুৰত ৰখাই থোৱা স্কুটীত ভয়ংকৰ বিস্ফোৰণ; মহিলাসহ ৮ গৰাকী লোক আহত
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘন জনবসতিপূৰ্ণ অঞ্চল মূলগঞ্জত এক শক্তিশালী বিস্ফোৰণৰ খবৰ লাভ কৰা গৈছে। এই বিস্ফোৰণত কেইবাজনো লোক আহত হোৱা বুলি খবৰ ওলাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

বিস্ফোৰণ সংঘটিত হোৱা মুলগঞ্জ হৈছে এখন ডাঙৰ ফটকাৰ বজাৰ। দীপাৱলী উৎসৱৰ সময়ত মূলগঞ্জ বজাৰত ফটকাৰ বৃহৎ ব্যৱসায় দেখা যায়। কিছু সময়ৰ পূৰ্বে সংঘটিত হৈছিল এই বিস্ফোৰণ। আহতসকলক চিকিৎসাৰ বাবে কানপুৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই বিস্ফোৰণত ৮ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ডগ স্কোৱাড, বোমা নিষ্কাশন স্কোৱাড আৰু কেইবাখনো থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বেয়াকৈ ক্ষতিগ্ৰস্ত অৱস্থাত উদ্ধাৰ হৈছে দুখন স্কুটাৰ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কানপুৰৰ যুটীয়া আৰক্ষী আয়ুক্ত (চিপি) আশুতোষ কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে, ৰখাই থোৱা দুখন স্কুটীৰ পৰা এই বিস্ফোৰণ সংঘটিত হয়।

তেওঁ উল্লেখ কৰে যে কোটোৱালি অঞ্চলৰ এটা ঘৰৰ সন্মুখৰ এখন দোকানত সংঘটিত হৈছে এই ঘটনা। সন্ধিয়া প্ৰায় ৭.১৫ বজাত সংঘটিত এই বিস্ফোৰণত এগৰাকী মহিলাকে ধৰি মুঠ আঠজন লোক আহত হয়।

Tags: ExplosionKanpurMoolganjUttar Pradesh

Related Posts

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ
Top News

October 20, 2025
উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত পুনৰ যুদ্ধ আৰম্ভ! হামাছত বোমা বিস্ফোৰণ ইজৰাইলৰ, আইডিএফৰ ব্যৱস্থা…

October 20, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

October 20, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 20, 2025
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

October 19, 2025

শীৰ্ষ সংবাদ

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ

উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

গাজাত পুনৰ যুদ্ধ আৰম্ভ! হামাছত বোমা বিস্ফোৰণ ইজৰাইলৰ, আইডিএফৰ ব্যৱস্থা…

জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025