• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমায়াৰ বিৰুদ্ধে দাখিল কৰা হ’ল FIR

Nation NE by Nation NE
September 27, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
পত্নীক ভূমি প্ৰদান কৰি বিপদত মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ অনুমতি উচ্চ ন্যায়ালয়ৰ
Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমায়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰিৰ গোচৰ ৰুজু কৰা হৈছে। মঙলবাৰে ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাবলৈ দিয়া সন্মতিক প্ৰত্যাহ্বান জনাই ছিদ্দাৰামায়াই জনোৱা আবেদন কৰ্ণাটক উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।

আবেদন খাৰিজ কৰি ন্যায়াধীশ এম নাগপ্ৰসন্নাই কৈছিল, “আবেদনখনত উল্লেখ কৰা কথাবোৰৰ তদন্তৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীৰ পৰিয়াল মুদা ভূমি কেলেংকাৰী গোচৰৰ সৈতে জড়িত, সেয়ে তেওঁৰ আবেদন খাৰিজ কৰা হৈছে।”

ইয়াৰ পিছতে শুকুৰবাৰে ছিদ্দাৰমাইয়াৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে মাইছ’ৰ লোকায়ুক্তই। এফআইআৰৰ প্ৰতিলিপিও আদালতত দাখিল কৰিব লোকায়ুক্তই।

উল্লেখ্য যে, মাইছ’ৰ আৰ্বান ডেভেলপমেণ্ট অথৰিটী চমুকৈ মুদা (MUDA)ই ছিদ্দাৰামায়াৰ পত্নীক চহৰৰ মাজ-মজিয়াতে ১৪টাকৈ স্থানত চৰকাৰী মাটি আৱণ্টন দিছিল।

এই তথ্য পোহৰলৈ অহাৰ পিছতে বেংগালুৰুৰ সমাজকৰ্মী প্ৰদীপ কুমাৰ, টি জে আব্ৰাহাম আৰু মহীশূৰৰ সমাজকৰ্মী স্নেহময়ী কৃষ্ণাই মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত মুদাই ছিদ্দাৰামায়াৰ পত্নীক অবৈধভাৱে ভূমি আৱণ্টন দিয়াৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে তদন্ত চলাব লাগে বুলি দাবী কৰি ৰাজ্যপালৰ ওচৰ চাপিছিল।

দৰাচলতে ১৬ আগষ্টত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচন্দ গেহলটে ১৯৮৮ চনৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৭এ ধাৰা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) ২০২৩ৰ ২১৮ ধাৰাত ছিদ্দাৰমায়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিছিল।

ইয়াৰ পিছতে ১৯ আগষ্টত উচ্চ ন্যায়ালয়ত ৰাজ্যপালৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই। কিন্তু ২৪ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ আবেদন খাৰিজ কৰিছিল উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে মাইছ’ৰ আৰ্বান ডেভেলপমেণ্ট অথৰিটী চমুকৈ মুদা (MUDA)ই ছিদ্দাৰামায়াৰ পত্নীক চহৰৰ মাজ-মজিয়াতে ১৪টাকৈ স্থানত চৰকাৰী মাটি আৱণ্টন দিছিল।

Tags: FIRKarnatakaMUDAMUDA ScamSiddaramaiah

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025