• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

Nation NE by Nation NE
October 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু হামাছৰ মাজত ট্ৰাম্পৰ দালালিত যুদ্ধবিৰতি চুক্তি পতনৰ পথত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে ২০ অক্টোবৰত সকীয়াই দিয়ে যে হামাছৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান এতিয়াও সম্পূৰ্ণ হোৱা নাই।

সোমবাৰে বেঞ্জামিন নেতান্যায়াহুৱে নিজৰ সংসদত কয় যে, ইজৰাইল সেনাই গাজাত ১৫৩ টন বোমা নিক্ষেপ কৰিছে। তেওঁ ইয়াক হামাছে যুদ্ধবিৰতি উলংঘা কৰাৰ প্ৰতিশোধ বুলি অভিহিত কৰে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যায়াহুৱে গাজাত সামৰিক অভিযান এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি উল্লেখ কৰি যুদ্ধবিৰতিৰ বহনক্ষমতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইজৰাইলে ৰাফাত আইডিএফৰ ওপৰত হামাছে আক্ৰমণ চলাইছিল, য’ত ইজৰাইলৰ দুজন জোৱানৰ মৃত্যু হৈছিল।

নেতান্যায়াহুৱে এই আক্ৰমণক যুদ্ধবিৰতিৰ প্ৰকাশ্য উলংঘা বুলি অভিহিত কৰি কয় যে, ইজৰাইলে ইয়াৰ প্ৰতিশোধ হিচাপে হামাছৰ জ্যেষ্ঠ সেনাধ্যক্ষকে ধৰি ১২টাতকৈও অধিক লক্ষ্যত আক্ৰমণ চলাইছে। হামাছে এই আক্ৰমণত কোনো ধৰণৰ জড়িত থকাটো অস্বীকাৰ কৰিছে।

ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, নেতান্যায়াহুৱে হামাছৰ সামৰিক আৰু শাসন ক্ষমতা নাইকিয়া কৰাৰ আহ্বান জনাইছে। তেওঁ জোৰ দি কয় যে, যুদ্ধবিৰতিৰ ফলত ইজৰাইলক ভাবুকি দিয়াৰ অনুজ্ঞাপত্ৰ হামাছক দিয়া হোৱা নাই। তেওঁ কয় যে আমাৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱাৰ মূল্য অতি গধুৰ হ’ব।

ইফালে, মঙলবাৰে (২১ অক্টোবৰ, ২০২৫) ইজৰাইলত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে গাজা যুদ্ধবিৰতি শক্তিশালী কৰিবলৈ। যুদ্ধবিৰতিৰ পিছত সংঘটিত হিংসাত্মক পৰিস্থিতিত ইজৰাইলৰ দুজন সৈনিক আৰু ৪৫জন পেলেষ্টাইনী নিহত হৈছে।

Tags: Benjamin NetanyahuGAZA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025