• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাকুম্ভ টেণ্ট চিটিত ভয়ংকৰ ঘটনা; ভক্তৰ মাজত হাহাকাৰ

Nation NE by Nation NE
January 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাকুম্ভ টেণ্ট চিটিত ভয়ংকৰ ঘটনা; ভক্তৰ মাজত হাহাকাৰ
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মহাকুম্ভৰ ১৯ নং ছেক্টৰত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰা গৈছে।

হঠাতে হোৱা অগ্নিকাণ্ডৰ ফলত বহু তম্বু জ্বলি যোৱাৰ লগতে বহু লোক অগ্নিদগ্ধ হোৱাৰো খবৰ আহিছে। অৱশ্যে এই পৰ্যন্ত নিশ্চিত তথ্য পোহৰলৈ অহা নাই।

ইফালে অগ্নিকাণ্ডৰ ফলত মেলা চলি থকা অঞ্চলত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি এই জুইৰ ফলত শিবিৰত থকা বহু চিলিণ্ডাৰত বিস্ফোৰণ ঘটিছে।

এই জুই ইমানেই ভয়াৱহ যে বহু নিলগৰ পৰা ইয়াৰ ধোঁৱা প্ৰত্যক্ষ কৰা দেখা যায়। অৱশ্যে লগে লগে সেই স্থানত উপস্থিত হৈছে আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া।

ইয়াৰ উপৰি কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ আছে। বৰ্তমান কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই।

উল্লেখ্য যে, এই পৰ্যন্ত মহা কুম্ভ টেণ্ট চিটিত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত ২০ৰ পৰা ২৫ টা টেণ্ট জ্বলি যোৱাৰ খবৰ পোৱা গৈছে। স্বস্তিকা গেটৰ সমীপত আৰু ৰে’ল দলঙৰ তলত থকা আখৰাত অগ্নিকাণ্ড সংঘটিত হৈছে।

একে সময়তে অগ্নিনিৰ্বাপক বাহিনীয়ে ১৯ নং ছেক্টৰৰ অঞ্চলটো ছীল কৰি দিছে। এতিয়াও চিলিণ্ডাৰ বিস্ফোৰণ হৈ থকা বুলি জানিব পৰা গৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ৩০ খনৰো অধিক বাহনে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে। প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি প্ৰশাসনে জনায়।

Tags: Maha KumbhPRAYAGRAJUttar Pradesh

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025